• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তথ্য প্ৰযুক্তি, ইলে’কট্ৰনিক এণ্ড কমিউনিকে’ছনৰ সুকীয়া সঞ্চালকালয় উদ্বোধন অসমৰ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 9:33 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যখনৰ জনসাধাৰণলৈ সুপ্ৰশাসন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ‘ই-গভাৰনেন্স’ বহুলভাৱে প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তথ্য-প্ৰযুক্তিৰ এক সুকীয়া সঞ্চালকালয় উদ্বোধনৰ জৰিয়তে ৰাজ্যখনৰ চহৰ অঞ্চল আৰু গ্ৰামাঞ্চলৰ মাজত থকা ডিজিটেল ব্যৱধান হ্ৰাসৰ ক্ষেত্ৰত সহায়ক হ’ব।’ আজি জনতা ভৱন চৌহদত তথ্য প্ৰযুক্তি, ইলেকট্ৰনিক এণ্ড কমিউনিকে’ছনৰ এক সুকীয়া সঞ্চালকালয় উদ্বোধন কৰি এইদৰে  কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্য মন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানটোত লগতে কয় যে এয়াৰৱে’জ, ৰ’ডৱে’জ, ৱটাৰৱে’জৰ উপৰি ৰাজ্য চৰকাৰে ইনফৰমে’ছন হাইৱে’ গঢ়ি তোলাৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰিছে।

Apply Now

তেওঁ কয় যে ৰাজ্যখনৰ দূৰণিবটীয়া অঞ্চলৰ জনসাধাৰণে যাতে সুপ্ৰশাসন লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি অপটিকেল গ্ৰীডৰ এক সুসংহত নেটৱৰ্ক ব্যৱস্থা গঢ়ি তোলাৰ  দিশত সক্ৰিয়ভাৱে কাম কৰি আছে।

মুখ্য মন্ত্ৰীয়ে কয় যে তথ্য প্ৰযুক্তিৰ সুকীয়া সঞ্চালকালয়ে সকলো পৰ্যায়তে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত বহুলাংশে সহায় কৰিব।

সঞ্চালকালয়লৈ বিভিন্ন ধৰণৰ তথ্য বিচাৰি অহা লোকসকলক সঞ্চালকালয়টোৰ প্ৰযুক্তিগত অভিজ্ঞতা থকা বিষয়া-কৰ্মচাৰীসকলে তথ্য যোগানেৰে তেওঁলোকক সহায় কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ’ব লাগিব বুলিও তেওঁ কয়।

তেওঁ কয় যে সঞ্চালকালয়ে সম্ভাৱ্য বিনিয়োগকাৰী সকলৰ বাবে বিনিয়োগ ক্ষেত্ৰসমূহৰ তথ্য সংঘবদ্ধভাৱে ৰাখিব লাগিব যাতে বিনিয়োগকাৰীসকলে মাউছৰ বুটাম টিপিলেই বিনিয়োগৰ ক্ষেত্ৰসমূহৰ উপযুক্ত তথ্য লাভ কৰিব পাৰে।

অনুষ্ঠানটোত উপস্থিত থকা তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই তথ্য প্ৰযুক্তি জাগৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহৰ ব্যখ্যা আগবঢ়োৱাৰ লগতে আগন্তুক দিনত চৰকাৰে আৰু বহু সংখ্যক তথ্য প্ৰযুক্তিৰ আঁচনি গ্ৰহণ কৰিব বুলি কয়।

আজিৰ উদ্বোধনী অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, বিমল বৰা, চক্ৰধৰ গগৈ, বিমল হাজৰিকা, বলিন চেতিয়া, আনোৱাৰ হুছেইন লস্কৰ, মুখ্য সচিব ভি কে পিপাৰচেনীয়া, অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, ভিবি প্যাৰেলাল, অলোক কুমাৰ, তথ্য প্ৰযুক্তিৰ সঞ্চালক বিনোদ ছেছানৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd