• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তলাবন্ধ কাৰ্যসূচী : ৰাজ্যৰ আন ঠাইৰ লগতে বিশ্বনাথতো প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , June 18, 2018 9:55 pm

1 min read

Biswanath teachers protest
75
VIEWS
Share on FacebookShare on Twitter

আঁসোৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদনে অসমৰ প্ৰাথমিক শিক্ষক সকলৰ মাজত বৈষম্যৰ অনাৰ প্ৰতিবাদত আজি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে বিশ্বনাথতো তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হয।

বিশ্বনাথৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত তিনি শতাধিক শিক্ষক-শিক্ষয়ত্ৰীয়ে বিশ্বনাথ মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় আৰু বিশ্বনাথ প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্য্যালয়ত তলা বন্ধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’ কাৰ্ড লৈ শিক্ষা বিভাগৰ কাৰ্যালয় দুটাত উপস্থিত হৈ ‘আমাক ন্যায্য অধিকাৰ লাগে’, ‘প্ৰধান শিক্ষকৰ সমস্যা দূৰ কৰক’, ‘গ্ৰেড পে’ৰ ক্ষেত্ৰত প্ৰতাৰণা নচলিব’, ‘শ্ৰেণীত শিক্ষক নিযুক্তি দিয়ক’, ‘প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰক’ ইত্যদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

মহকুমা প্ৰাথমিক সন্মিলনীৰ সম্পাদক প্ৰধান পৰেশ বৰা আৰু ৰাজ্যিক সদস্য লক্ষ হাজৰিকাৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে শিক্ষা বিভাগৰ কাৰ্যালয় দুটাত তলা ওলোমাই দিয়ে। সুদীর্ঘ সময় কাৰ্যালয় অচল হৈ পৰাৰ পিছত আৰক্ষীৰ সহযোগত তলা খোলাৰ প্ৰশাসনে ব্যৱস্থা কৰে।

বিহালি খণ্ড প্ৰাথমিক বিষয়াৰ কাৰ্যালয়ত মহকুমা প্ৰাথমিক সন্মিলনীৰ সভাপতি দুলাল বৰাৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।

Recent News

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd