DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 8, 2018 12:05 pm
body-recovered-570x320

প্ৰতিনিধিত্বমূলক ফটো

114
VIEWS
Share on FacebookShare on Twitter

১২৭ (ডি) ৰঙিয়া-ভূটান সংযোগী পথৰ দ্বাৰকুচিত শনিবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ বাক্সা জিলাৰ তামুলপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় লোকে প্ৰথমতে দ্বাৰকুচিৰ ৰাস্তাৰ কাষত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি তামুলপুৰ আৰক্ষীক অৱগত কৰে।

তথ্য লাভ কৰাৰ পিছতে গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটা দলে ঘটনাস্থালীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।

মৃতদেহটোৰ মুখমণ্ডল আৰু মূৰত আঘাতৰ চিন দেখা পোৱা গৈছে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে কোনো দুৰ্বৃত্তৰ দলে তেওঁক আন ঠাইত হত্যা কৰিছে আৰু এই অঞ্চলত মৃতদেহটো পেলাই থৈ গৈছে।

ইয়াৰ মাজতে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন শৰ্মাইয়ো ঘটনাস্থলী পৰিদৰ্শন কৰিছে আৰু অনুসন্ধান আৰম্ভ কৰিছে।

অৱশ্যে, মৃতদেহটো চিনাক্ত কৰিব পৰাকৈ বা কিহৰ কাৰণে হত্যা কৰা হৈছে তাৰ    কোনো সূত্ৰ আৰক্ষীয়ে বিচাৰি পোৱা নাই ।

প্ৰাথমিক তদন্ত অনুসৰি মৃত ব্যক্তিগৰাকী প্ৰায় ৪০-৪২ বয়সৰ লোক হ’ব বুলি অনুমান কৰা হৈছে।

আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

 

Recent News

DYFI protest বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

DYFI protest বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd