• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত হাৰ্টফুলনেছ এডুকেশ্যন ট্ৰাষ্টৰ উদ্যোগত জীৱন দক্ষতাৰ ওপৰত কৰ্মশালা

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , June 29, 2018 6:18 pm

1 min read

Group_Photo (2)
75
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ হাৰ্টফুলনেছ এডুকেশ্যন ট্ৰাষ্টৰ উদ্যোগত এটা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই  কৰ্মশালাত ১৫-২০ বছৰৰ শিক্ষাৰ্থীৰ বাবে জীৱন দক্ষতা প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয়। ২৬ জুনৰ পৰা চলা এই কৰ্মশালাৰ আজি সফল সমাপ্তি হয়।

এই কৰ্মশালাটোত মানসিক চাপ কেনেদৰে কমাব লাগে তাৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হৈছিল। কৰ্মশালাত হৃৎপিণ্ডভিত্তিক অনুশীলন, সিদ্ধান্ত গ্ৰহণ, লক্ষ্য স্থিৰকৰণ, সঠিক বাচনি,  প্ৰতি-শিক্ষণৰ ইচ্ছাৰ লগতে শিক্ষণৰ গুৰুত্ব, চিন্তাৰ ক্ষমতা, আত্মবিশ্বাস, যোগাযোগ দক্ষতা, পাৰস্পৰিক সম্পৰ্ক ইত্যাদিৰ মাজেৰে কেনেদৰে মানসিক চাপ হ্ৰাস কৰিব পাৰি তাৰ শিক্ষা প্ৰদান কৰা হৈছিল।

দৃশ্য-শ্ৰব্য আহিলাৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা মত-বিনিময় কৰিব পৰা এই কৰ্মশালাখনত কেনেদৰে বৈজ্ঞানিক আৰু দাৰ্শনিকভৱে মানুহে জীৱন শৈলী প্ৰস্তুত কৰি সফলতা অৰ্জন কৰিব পাৰে তাক দেখুওৱা হৈছিল।

শিক্ষাৰ্থীসকলে এই কৰ্মশালাত প্ৰশ্ন উত্থাপন কৰি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd