DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াৰ পেঙেৰিত ১.৩ কিলো ড্ৰাগছ সহ এজনক আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 20, 2018 8:46 pm
তিনিচুকীয়াৰ পেঙেৰিত ১.৩ কিলো ড্ৰাগছ সহ এজনক আটক
82
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা ব্যাপক হাৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে। জিলাখনৰ পেঙেৰী আৰক্ষীয়ে আজি পেঙেৰী থানাৰ সন্মুখত এখন যাত্ৰীবাহী বাছত তালাচী চলাই ১.৩ কিলো ড্ৰাগছ সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ সম্পৰ্কে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চলোৱা এই অভিযানত আৰক্ষীয়ে পেঙেৰী থানাৰ সন্মুখত তালাচী চলাই ড্ৰাগছ সহ জেৰম পূৰ্টি নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক মূল্য ৭ লাখৰো অধিক হব বুলি অনুমান কৰা হৈছে।

ধৃত জেৰম পূৰ্টিয়ে জনোৱা মতে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ড্ৰাগছ ব্যৱসায়ী আৰু এজেণ্টে বিভিন্ন কৌশলেৰে চলাই অহা ড্ৰাগছ সৰবৰাহৰ বিনিময়ত একোগৰাকী এজেণ্টে এবাৰত ২০০০ টকাকৈ লাভ কৰে।

তেওঁ নিজে কুজুপথাৰৰ নিবাসী ৰন্তু সোনোৱালৰ ড্ৰাগছ সৰবৰাহকাৰী হিচাবে বিগত ডেৰ বছৰে কাম কৰা বুলিও আৰক্ষীক জানিবলৈ দিয়ে।

বাতৰি লিখা পৰলৈকে ধৃত পূৰ্টিক আৰক্ষীয়ে ড্ৰাগছ প্ৰতিৰোধী আইনৰ অধীনত পেঙেৰী থানাত এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।

Recent News

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd