• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ভদ্ৰকৃষ্ণ গোস্বামী সাংবাদিকতা বঁটা ঘোষণা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 30, 2018 12:20 pm
Bhadra-Krishna-Goswami-570x320

প্ৰয়াত সাংবাদিক তথা সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ভদ্ৰকৃষ্ণ গোস্বামীৰ সোৱঁৰণত এটি ৰাজ্যিক ভিত্তিত সাংবাদিকতা বটাঁ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা জকাই সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীৰ সোঁৱৰণত এই বটাঁটি প্ৰতি দুবছৰৰ মূৰে মূৰে সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনত সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা এগৰাকী সাংবাদিকক আগবঢ়োৱা হ’ব।

দেওবাৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত মাৰ্ঘেৰিটাস্থিত হোটেল ৰয়েল ট্ৰিটৰ সভাকক্ষত অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভাত এই প্ৰস্তাৱ  গ্ৰহণ কৰা হয়।

Apply Now

জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভা খনত ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু জিলাখনৰ সাংবাদিকতা ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া গোস্বামীৰ জীৱনকৃতিৰ সম্পৰ্কে মনোজ দত্ত কমল তালুকদাৰ ডঃ ঋষি দাস শান্তনু গোস্বামী আদিকে ধৰি  বিভিন্ন জনে আভাস দিয়ে।

সন্থাৰ সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে  উদ্দেশ্য বাখ্যা কৰা সভাখনত ডিগবৈ প্ৰেছ ক্লাৱৰ অভ্যৰ্থনাত সদ্য প্ৰয়াত ভদ্ৰকৃষ্ণ গোস্বামীৰ সোঁৱৰণত এটি স্মৃতিচাৰণ অনুষ্ঠান ৩০ ছেপ্তেম্বৰত উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই স্মৃতিচাৰণ অনুষ্ঠানত ইতিমধ্যে ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপে অংশগ্ৰহণ কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে।

উক্ত অনুষ্ঠানতে উন্মোচন কৰিব পৰাকৈ এখনি তথ্য সমৃদ্ধ স্মাৰক গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাণাজ্যোতি নেওগ আৰু অৰূপ কলিতাক সম্পাদকৰ দ্বায়িত্ব অৰ্পণ কৰি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। উক্ত সভাখনত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ অভ্যৰ্থনাত ২০১৯ ত অনুষ্ঠিত হ’বলগীয়া তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সম্পৰ্কে আৰু ইয়াৰোপৰি জিলা সাংবাদিক সন্থাৰ সাংগঠনিক দিশৰ কেইবাটাও ওজৰ আপত্তি তথা হোৱাটছএপ গ্ৰুপ আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। উক্ত সভাত  তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এটি ফেচবুক একাউন্ট খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰি মানস প্ৰতিম গগৈক তত্বাবধায়কৰ দ্বায়িত্ব অৰ্পণ কৰা হয় ।

সভাৰ আৰম্ভণিতে জিলা সভাপতিকে মুখ্য কৰি নেতৃবৃন্দক মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ হৈ প্ৰশান্ত চেতিয়া ফাইজুৰ ৰহমান আৰু মানস প্ৰতিম গগৈয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাখনত উপস্থিত থাকি মাৰ্ঘেৰিটা সাংবাদিক সংস্থা আৰু ডিগবৈ প্ৰেছ ক্লাৱৰ সভাপতি ক্ৰমে ৰাম প্ৰসাদ আম্বেদকাৰ আৰু ৰমণী বুঢ়াগোঁহাইয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd