• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়া বন সংমণ্ডলৰ অধীনৰ গেলাপুখুৰীত নাহৰফুটুকী পিঞ্জৰাব্ধ

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , March 30, 2018 5:28 pm

1 min read

পিঞ্জৰাবদ্ধ
76
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ তিনিচুকীয়া বন সংমণ্ডলৰ অধীনৰ গেলাপুখুৰীত বৃহস্পতিবাৰে নিশা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়।

উল্লেখযোগ্য যে আজি এমাহ মানৰ পৰাই অঞ্চলটোত নাহৰফুটুকী বাঘটো ঘূৰি ফুৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। নাহৰফুটুকী বাঘটোৱে অঞ্চলটোৰ স্থানীয় লোকৰ বহু ঘৰচীয়া জীৱ-জন্তু নিধন কৰিছিল।

তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়া এম কে ধৰে কয় যে স্থানীয় লোকে অঞ্চলটোত নাহৰফুটুকী বাঘৰ বিচৰণ কৰা বুলি তেওঁলোকক অৱগত কৰে। লগতে স্থানীয় লোকে তেওঁলোকৰ জীৱ-জন্তৰ ক্ষতি সাধন কৰা বুলিও বন বিভাগক অৱগত কৰে। ফলত বন বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে নিশা গেলাপুখুৰীত পিঞ্জৰা পাতে আৰু নিশা প্ৰায় ৯ বজাত নাহৰফুটুকীতো পিঞ্জৰাবদ্ধ হয়।

খণ্ড বিষয়াজনে কয় যে নাহৰফুটুকীটো কাষৰীয়া চাহ বাগিচাৰ পৰা উক্ত অঞ্চলটোত প্ৰৱেশ কৰে। লগতে তেওঁ কয় যে বনাঞ্চলৰ অভাৱৰ ফলতে বন্যপ্ৰাণী সমূহ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে যাৰ ফলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে। এই সমস্যা সমাধানৰ বাবে সকলোৰে সহোযগিতা কামনা কৰিছে খণ্ড বিষয়াজনে।

খণ্ড বিষয়াজনে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো জয়পুৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰা হয় বুলি জানিবলৈ দিয়ে।

আনহাতে আন এটা নাহৰফুটুকী শুকুৰবাৰে গোলাঘাট জিলাৰ বোকাখাতত পিঞ্জৰাবদ্ধ হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd