• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিটাকৈ গ্ৰামাঞ্চলৰ পথৰ আধাৰ-শিলা স্থাপন মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 29, 2018 8:20 pm
IMG-20180629-WA0017
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অন্তৰ্গত তিনিটাকৈ পথৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই।  ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে আবন্টিত ধনেৰে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ (ৱাথৈ) ৰাজহুৱা নামঘৰত নিৰ্মাণ হ’বলগীয়া শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ অতিথিশালাৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে হলোংগুটি বাৰীৰ পৰা বেঁতনি লৈ পথ, ডিব্ৰুজানৰ পৰা পপোলাজান পথ আৰু বিজুলী বনৰ পৰা ২নং নতুন মাইথঙলৈ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।

উল্লেখ্য, স্বাধীনতাৰ ৭০ বছৰে অসম-অৰুণাচল সীমামূৰীয়া এই অঞ্চলসমূহৰ বাট-পথৰ কদৰ্য্য ৰূপে এই গ্ৰামাঞ্চলৰ ৰাইজক জীয়াতু ভুগাই আহিছিল। এই পথকেইটা নিৰ্মাণ হ’লে গ্ৰামাঞ্চলৰ জনসাধাৰণে মাৰ্ঘেৰিটা মহকুমাৰ লগতে তিনিচুকীয়া জিলাৰ অন্যান্য স্থানলৈ যাতায়াত সুচল হব।

Apply Now

অন্যহাতে মাৰ্ঘেৰিটা সমষ্টিৰ গ্ৰামাঞ্চলৰ অন্যান্য বাট-পথসমূহ পৰ্য্যায় ক্ৰমে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিধায়ক ভাস্কৰ শৰ্মাই ভাষণত উল্লেখ কৰিছে। আজি তিনিওটা পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিত থাকে।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক ভাস্কৰ শৰ্মাই কয় যে মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰুৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত হোৱাৰ ফলত মৰণফান্দৰ সৃষ্টি হৈছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বাৰিষাৰ পাছতে ৰাষ্ট্ৰীয় ঘাই পথটো নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰোপৰি সাময়িক ভাৱে ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিধ্বস্ত স্থানসমূহত শিল দিয়াৰ বাবে এক পুঁজি আবন্টিত কৰি আজিৰে পৰা কাম আৰম্ভ কৰা হৈছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ দাবীত বিভিন্ন দল সংগঠনে ইতিমধ্যে কেইবা লানিও প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ লগতে পথৰ উপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জাকৈ বাই, হাল বাই প্ৰতিবাদ কৰাৰ উপৰিও লিডুৰ টিৰাপ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নাওঁ‌ চলাই অভিনৱ প্ৰতিবাদী কাৰ্য্যসূচী হাতত লৈছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd