DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

তৃণমূল পৰ্যায়ত জনগণৰ কল্যাণ সাধন কৰিবলৈ পঞ্চায়ত সমূহলৈ আহ্বান ছিকিমৰ মুখ্য মন্ত্ৰীৰ

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
July 30, 2018 9:42 pm
sammelan
91
VIEWS
Share on FacebookShare on Twitter

তৃণমূল পৰ্যায়ত সকলো লোকৰে আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ ছিকিমৰ মুখ্য মন্ত্ৰী পবন ছামলিঙে ৰাজ্যখনৰ সকলো পঞ্চায়তলৈ আহ্বান জনাইছে। তেওঁ পঞ্চায়তসমূহক চৰকাৰৰ সকলো কাৰ্যসূচী নিষ্ঠাৰে জনসাধাৰণৰ কল্যাণত অহাকৈ বাস্তৱায়িত কৰাৰ বাবে আহ্বান জনায়।

মুখ্য মন্ত্ৰী ছামলিঙে গ্ৰাম্য আৰু নগৰাঞ্চলৰ স্থানীয় প্ৰশাসনিক গোটসমূহৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয়।

ভাষণত মুখ্য মন্ত্ৰীগৰীকীয়ে কয় যে পঞ্চায়তসমূহ হৈছে ৰাজ্য চৰকাৰৰ নীতি আৰু কাৰ্যসূচীসমূহ বলৱৎ কৰা প্ৰধান গোট। পঞ্চায়তৰাজ ব্যৱস্থাই দেশত গণতন্ত্ৰ বজাই ৰাখে।

মুখ্য মন্ত্ৰীয়ে চৰকাৰৰ অব্যৱহৃত ভূমি ভূমিহীন স্থানীয় লোকৰ মাজত আবণ্টন কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ আৰু কয় যে যদিহে এই ভূমিসমূহ পৰ্যাপ্ত নহয়, তেন্তে চৰকাৰী নিৰিখত ব্যক্তিগত ভূমি ক্ৰয় কৰি সেই ভূমিত পঞ্চায়ত আৰু বিধায়কসকলে ভূমিহীন লোকৰ বাবে গৃহ নিৰ্মাণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

তেওঁ আৰু কয় যে ৩২ দিনীয়াৰ ৰাজ্যিক ভ্ৰমণৰ অন্তত তেওঁ বিভিন্ন কামৰ বাবে ১০০০ কোটি টকা মোকোলাই দিছে। তেওঁ আৰু কৈছে যে পঞ্চায়ত পৰ্যায়ত ২ কোটি টকা পৰ্যন্ত কামৰ নিবিনা আহ্বান কৰা হ’ব।

আৰএমডিডি মন্ত্ৰী এছবি সুৱেদীয়ে পঞ্চায়তসমূহে ৰাইজৰ কল্যাণৰ বাবে কৰা কামৰ বাবে সেইবোৰৰ প্ৰশংসা কৰে।

আৰএমডিডি সচিব ডিআৰ নেপালে পঞ্চায়ত আৰু নগৰৰ স্থানীয় প্ৰশাসনিক গোটসমূহৰ উন্নয়নৰ শেহতীয়া প্ৰতিৱেদন চমু বিৱৰণ ডাঙি ধৰে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd