• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ উৰ্ধ্বসীমা ৪৪বছৰলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2018 12:32 pm
governnment
186
VIEWS
Share on FacebookShare on Twitter

চাকৰি প্ৰত্যাশী নিৱনুৱা যুৱক- যুৱতীৰ বাবে এক সুখবৰ। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত চাকৰিৰ বয়সৰ উৰ্ধ্বসীমা ৪৪ বছৰলৈ বৃদ্ধি কৰিছে।

ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ সচিবে এই সন্দৰ্ভত এক আনুষ্ঠানিক জাননী জাৰি কৰি বিষয়টো নিশ্চিত কৰিছে বুলি জানিব পৰা গৈছে।

অৱশ্যে জাননীটোত প্ৰকাশ পোৱা অনুসৰি অসম আৰক্ষী সোৱাৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব। আনহাতে কাৰাগাৰ, অগ্নিনিৰ্বাপন, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা আদি ক্ষেত্ৰত অনুসূচিত জাতি জনজাতিৰ লগতে অন্যান্য পিছপৰা শ্ৰেনীৰ লোকসকলে পূৰ্বতে উপভোগ কৰি থকা বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাইৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। কিন্তু তাৰ বাবে তেওঁলোকে প্ৰয়োজনীয় আন নীতি নিয়ম সমূহ পূৰ কৰাটো বাঞ্ছনীয় হ’ব।

উল্লেখযোগ্য যে অসম চৰকাৰে জাৰি কৰা জাননীৰ মতে বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধিৰ এই নতুন নিৰ্দেশনা যোৱা ৩ মাৰ্চৰ পাছত প্ৰকাশ পোৱা বিজ্ঞাপনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। অনহাতে  তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত চাকৰিৰ উৰ্ধ্বসীমা বৃদ্ধিৰ নিৰ্দেশনা অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য হ’ব।

নিবনুৱাক সংস্থাপন দিবলৈ ৰাজ্য চৰকাৰখনে গ্ৰহন কৰা এই নীতিৰ জৰিয়তে ৰাজ্যখনৰ চাকৰি প্ৰত্যাশী যুৱক- যুৱতী সকল লাভাৱান্বিত হ’ব বুলি আশা কৰা হৈছে।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd