• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৃতীয় জে কে এম ট্ৰফি টি-২০ ক্ৰিকেট টুৰ্নামেণ্টত বিজয়ী অ’ এন জি চি, দিল্লী

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , February 12, 2018 9:32 pm

2 min read

ক্ৰিকেট টুৰ্নামেণ্ট
104
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ডিব্ৰুগড়ৰ ডিডিএছএ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় জে কে এম ট্ৰফি দিবা-নৈশ টি-২০ ক্ৰিকেট টুৰ্নামেণ্টৰ ফাইনেল খেলত দিল্লী অ’এনজিচিয়ে ডিব্ৰুগড় ক্ৰিকেট ক্লাবক ৬ টা উইকেটত পৰাজিত কৰে।

 প্ৰথমে বেটিং কৰা ডিব্ৰুগড় ক্ৰিকেট ক্লাবে ২০ অ’ভাৰত ৮৬ ৰান সংগ্ৰহ কৰে। দলটোৰ ৰাজদীপ দাসে ৩৬ টা বলত ২৭ ৰান আৰু সুব্ৰজিত চাহুৱে ২০ ৰান সংগ্ৰহ কৰে।

 আনহাতে অ’ এন জি চিৰ সুমিত নাৰৱালে ৩ অ’ভাৰ ৩ টা বলত ১৬ ৰান দি ৪ টা উইকেট আৰু প্ৰবীণ গুপ্তাই ৪ অ’ভাৰত ১৫ ৰান দি ৩ টা উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

 আনহাতে প্ৰত্যুত্তৰত অ’এনজিচি দলে ১৮ অ’ভাৰ ৩ টা বলত ৮৯ সংগ্ৰহ কৰি বিজয়ী হয়।

 অ’এনজিচি দলটোৰ লক্ষ্য ফানেজানে চাৰিটা বাউণ্ডেৰীসহ ২৮ টা বলত ২৬ ৰান সংগ্ৰহ  কৰাৰ লগতে মায়াঙ্ক টেহলানে ২৯ টা বলত ২ টা বাউণ্ডেৰীসহ ২২ ৰান সংগ্ৰহ কৰে। ইফালে ডিব্ৰুগড় ক্ৰিকেট ক্লাবৰ সমিক দাসে ২ টা উইকেট সংগ্ৰহ কৰে।

 অ’ এন জি চি দলটোৰ সুমিত নাৰৱাল আৰু মায়াঙ্ক টেহলানে মেন অব দা মেচ আৰু মেন অব দা ছিৰিজৰ সন্মান লাভ কৰে।

 ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী আৰু প্ৰসিদ্ধ ব্যৱসায়ী যুগল কিশোৰ মহন্তই অ’ এন জি চি দিল্লীক বিজয়ী ট্ৰফী প্ৰদান কৰে।

 টুৰ্নামেণ্টখনত বিজয়ী দলে ১ লাখ টকাৰ চেক লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছআপৰ দলে ৫০,০০০ টকাৰ চেক লাভ কৰে।

 উক্ত টুৰ্নামেণ্টখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণভাৱে টি-২০ ক্ৰিকেট খেল পৰিদৰ্শন কৰিছে। লগতে তেওঁ কয় যে এনেধৰণৰ ক্ৰিকেট টুৰ্নামেণ্টে বিভিন্ন অঞ্চলত থকা প্ৰতিভাৱান খেলুৱৈ সকলক বিচাৰি উলিওৱাত সহয়া কৰে আৰু ইয়াৰ বাবে তেওঁ টুৰ্নামেণ্টখন আয়োজন কৰা অয়োজক সকলক তেওঁ ধন্যাবদ জ্ঞাপন কৰে।

 উক্ত ক্ৰিকেট টুৰ্নামেণ্টখন অসম ক্ৰিকেট এছ’চিয়েচনৰ ডিব্ৰুগড় ক্ৰিকেট ক্লাবে আয়োজন কৰিছিল আৰু এই টুৰ্নামেণ্টত ১৬ টা দলে অংশ গ্ৰহণ কৰিছিল।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd