• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰত পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰিলে পৌৰ প্ৰশাসনে

NE NOW NEWS প্ৰণৱ কুমাৰ দাস
তেজপুৰ , June 2, 2018 8:02 pm

1 min read

তেজপুৰত পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰিলে পৌৰ প্ৰশাসনে
64
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ পৌৰ নিগমে আজি তেজপুৰ চহৰৰ মূল পথক সংযোগ কৰা মহাভৈৰৱ মাৰ্কেটৰ পদপথত থকা প্ৰায় ৫৫ খন অবৈধ দোকানত উচ্ছেদ অভিযান চলায়। আজি তিনিদিন ধৰি তেজপুৰ পৌৰ নিগমে এক অভিযান চলাই প্ৰায় ১৫০ খন অবৈধ দোকান উচ্ছেদ কৰে।

উল্লেখযোগ্য যে পৌৰ নিগমে উচ্ছেদ কৰা এই দোকান সমূহ তেজপুৰ চহৰৰ মূল প্ৰৱেশ পথতে স্থাপন কৰাৰ ফলত যান-জঁটৰ সমস্যাৰ সৃষ্টি কৰিছিল।

দোকান সমূহৰ স্বত্বাধিকাৰ সমূহে ধানুৱা নগৰৰ পৰা তেজপুৰৰ চক বজাৰলৈকে পদপথ বেদখল কৰি অবৈধভাৱে দোকান সমূহ নিৰ্মাণ কৰাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত অবৈধভাৱে দোকান নিৰ্মাণ কৰিছে।

ফলত শোণিতপুৰ জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ কৰ্তৃপক্ষই যুটীয়াভাৱে আজি অভিযান চলাই জে চি বিৰে সকলো অবৈধভাৱে নিৰ্মাণ কৰা দোকান উচ্ছেদ কৰে।

উচ্ছেদ অভিযানটোৰ নেতৃত্ব বহন কৰা তেজপুৰ সদৰ চক্ৰ বিষয়া পংকজ শৰ্মা আৰু অতিৰিক্ত দণ্ডাধীশ প্ৰাবিৰ দত্তই কয় যে শেহতীয়া দুটা দিনত প্ৰায় ১৫০ খন অবৈধ দোকান উচ্ছেদ কৰা হয়। লগতে তেওঁলোকে কয় যে জিলা কৰ্তৃপক্ষই এই অবৈধ দোকান সমূহেই মূল প্ৰৱেশ পথত যান-জঁটৰ সমস্যাৰ সৃষ্টি কৰি অহাটো লক্ষ্য কৰি আহিছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd