• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত অষ্টমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ আশাবাদী বাওঁমৰ্চা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 12:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ অষ্টমবাৰৰ বাবে বাওঁমৰ্চা চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি শণিবাৰে দৃঢ়তা প্ৰকাশ কৰিছে চিপিআইএমে।

ত্ৰিপুৰাত অহা ২০১৮ ৰ ৬ মাৰ্চত বৰ্তমান চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হ’ব।

Apply Now

ৰাজ্যখনত ৬০ টা বিধানসভা সমষ্টি আছে আৰু ১৯৯৩ চনৰ পৰাই ইয়াত মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখন শাসনত উপবিষ্ট হৈ আছে।

দলৰ ৰাজ্যিক কমিটিৰ এদিনীয়া বৈঠকৰ সামৰণি পৰাৰ অন্তত শণিবাৰে আবেলি আগৰতলাৰ চিপিআইএমৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত চিপিআইএমৰ জ্যেষ্ঠ নেতা তথা দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য গৌতম দাসে কয় যে যোৱা পাঁচ বছৰত বাওঁমৰ্চা চৰকাৰখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰাই বিপুল সমৰ্থন তথা ইতিবাচক সঁহাৰি লাভ কৰি আহিছে। তেওঁ আশা ব্যক্ত কৰে যে বাওঁমৰ্চাই পৰৱৰ্তী নিৰ্বাচনত অধিক ভোটৰ লগতে অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব।

‘’ নিৰন্তৰ ষড়যন্ত্ৰ আৰু ৰাজ্যখনৰ শান্তি তথা সম্প্ৰীতি বিনষ্ট কৰাৰ প্ৰচেষ্টা সত্বেও ত্ৰিপুৰাৰ শান্তিপ্ৰিয় জনসাধাৰণে পৰৱৰ্তী নিৰ্বাচনত বিভেদকামীসমূহক পৰাভূত কৰি অষ্টমখন বাওঁমৰ্চা চৰকাৰ গঠনত সহায় কৰিব,’’-তেওঁ কয়।

দাসে গাওঁ পঞ্চায়ত, নগৰ পালিকা, পৌৰসভা আৰু ত্ৰিপুৰা জনজাতি অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনসমূহত মৰ্চাই লাভ কৰা ভোটৰ হাৰ বৃদ্ধিৰ দিশটো আঙুলিয়াই দি কয় যে ২০১৩ৰ বিধানসভা নিৰ্বাচনৰ পিছত এইবাৰ আসনৰ সংখ্যা বৃদ্ধি পাব। অহা ৩১ ডিচেম্বৰত আগৰতলাৰ স্বামী বিবেকানন্দ কেন্দ্ৰত বাওঁমৰ্চাৰ নিৰ্বাচনী সমাবেশ অনুষ্ঠিত হোৱাৰ কথাও দাসে ঘোষণা কৰে।

উক্ত সমাৱেশত চিপিআইএমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চিপিআইৰ নেতা ডি ৰাজা আৰু মনোজ ভট্টাচাৰ্য, নৰেন চেটাৰ্জীৰ দৰে আন বাওঁমৰ্চাৰ নেতাই অংশগ্ৰহণ কৰিব।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা পুলিটবুৰোৰ সদস্য মানিক সৰকাৰ আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য অঘোৰ দেৱবাৰ্মাইও সমাৱেশত ভাষণ দিব।

দাসে দৃঢ়ভাৱে কয় যে ৩১ ডিচেম্বৰৰ গণ সমাৱেশখনে ৰাজ্যখনৰ পূৰ্বৰ সকলো নিৰ্বাচনী সভাৰ অভিলেখ ভংগ কৰিব আৰু ত্ৰিপুৰাৰ ইতিহাসত বৃহত্তম সমাৱেশ হিচাপে পৰিগণিত

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd