• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত আগতীয়াকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে নিৰ্বাচনত জড়িত বিষয়া-কৰ্মচাৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
ধৰ্মনগৰ , February 11, 2018 10:22 pm

1 min read

Government employees in Tripura engaged in poll process making queue to cast their votes through postal ballots
74
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা বিধানসভা নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে দেওবাৰে ধৰ্মনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডাক বেলট যোগে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰে।

নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত চৰকাৰী বিষয়া কৰ্মচাৰীসকলে নিজৰ নিজৰ ভোটদান  সাব্যস্ত কৰিব পাৰিব ১০ৰ পৰা ১৪ ফেব্ৰুৱাৰিৰ ভিতৰত। নিৰ্বাচনত নিয়োজিত এই সকল বিষয়া-কৰ্মচাৰীয়ে কেৱল নিজৰ নিজৰ উপ দণ্ডাধীশ বিভাগীয় কাৰ্যালয়ত ডাক বেলট যোগে ভোটদান সাব্যস্ত কৰিব পাৰিব।

উল্লেখযোগ্য যে যোৱা শনিবাৰে ৰাজ্যখনৰ ১২ টা কেন্দ্ৰত আৰক্ষী আৰু পেৰামিলিটেৰী বাহিনীৰ লোক সকলে ডাক বেলটৰ সহায়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয়।

ৰাজ্যখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ থকা ডাক বেলট ভোট প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা বাহিনীক অধিক শক্তিশালী ৰূপত মোতায়েন কৰা হোৱা বুলিও জানিব পৰা গৈছে।

ভোটদান সাব্যস্ত কৰা কৰ্মচাৰী সকলৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যিক কৰ্মচাৰী সকলে চলো পাল্টাই শ্লোগানৰ বিপৰীতে চলো বেতন বৃদ্ধি শ্লোগান আওৰোৱা দেখিবলৈ পোৱা যায়।

স্মৰ্তব্য যে ৬০ টা সমষ্টিৰে পৰিপূৰ্ণ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ফেব্ৰুৱাৰিৰ ১৮ তাৰিখে অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ ফলাফল ৩ মাৰ্চৰ দিনা ঘোষণা কৰা হ’ব।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd