• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিজেপিয়ে বিভাজনমূলক ৰাজনীতি খেলাৰ চেষ্টা কৰিছে’ : নিৰ্বাচনী জন সমাৱেশত অভিযোগ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ

পান্না ঘোষ by পান্না ঘোষ
February 5, 2018 6:45 pm
Chief Minister Manik Sarkar of Tripuraat assembly election campaign rally Dharmanagar

জন সমাৱেশত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত ‘বিজেপিয়ে বিভাজনমূলক ৰাজনীতি খেলাৰ চেষ্টা কৰিছে’ বুলি অভিযোগ উত্থাপন কৰিছে চিপিআই (এম)ৰ তাৰকা প্ৰচাৰক ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক চৰকাৰে।

সোমবাৰে পানিসাগৰ আৰু ধৰ্মনগৰ সমষ্টিত আয়োজিত নিৰ্বাচনী জন সমাৱেশত মুখ্য মন্ত্ৰী গৰাকীয়ে এই অভিযোগ উত্থাপন কৰে।

Apply Now

ৰঙা টি শ্বাৰ্ট পৰিহিত বিপুল সংখ্যক দলীয় কৰ্মীয়ে এই সমাৱেশত অংশগ্ৰহণ কৰে।

চৰকাৰে বিজেপি- আৰ এচ এচক বিভাজনবাদী আই পি এফ টিৰ সৈতে মিত্ৰতা কৰাৰ বাবে সমালোচনা কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বহু বিলাক জনজাতীয় লোকে গেৰুৱা দলটোত যোগ দিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কেৰালাৰ পিছত দেশৰ আনখন কমিউনিস্তশাসিত ৰাজ্য ত্ৰিপুৰাৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱা ১১ দিন ধৰি ব্যাপক প্ৰচাৰ চলাইছে।

মঙলবাৰে কাঞ্চনপুৰৰ তিনিখন নিৰ্বাচনী সমাৱেশত চৰকাৰে ভাগ লোৱাৰ কথা।

এই নিৰ্বাচনত বিজেপিয়ে ‘বদলাও ব’লক’ শ্ল’গান দিয়াৰ বিপৰীতে শাসনাধিষ্ঠিত চি পি আই ­(এম)এ ‘ব’লক ৮ম খন বামপন্থী চৰকাৰ গঠন কৰো’ শ্ল’গান দিছে।

চিপিআই (এম)এ ১৯৭৮ৰ পৰা ১৯৮৮ চনলৈ ৰাজ্যখনত প্ৰথম চৰকাৰ গঠন কৰাৰ পিছত ১৯৯৩ চনৰ পৰা এতিয়ালৈকে ৫ বাৰ একেৰাহে চৰকাৰ গঠন কৰি আহিছে।

অহা ১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে (৬০ টা) চিপিআই (এম) অথবা বাওঁ জোঁটৰ চিপিআই, আৰচিপিআই আৰু ফৰৱাৰ্ড ব্লকে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

আনহাতে বিজেপিয়ে ৫১ টা সমষ্টিত আৰু বাকীকেইটা সমষ্টিত আইপিএফটি-এ প্ৰাৰ্থী দিছে।

ৰাজ্যখনৰ পৰা প্ৰায় নিশ্চিহ্ন হোৱা কংগ্ৰেছে ৫৬ টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd