• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত বিক্ষিপ্ত ঘটনাত বিজেপিৰ ৫জন, কংগ্ৰেছৰ ৪জন আৰু চিপিএমৰ ২জন কৰ্মী-সমৰ্থক আহত

NE NOW NEWS এন ই নিউজ ব্যুৰো, আগৰতলা :
, November 23, 2017 11:29 am

1 min read

ত্ৰিপুৰাত বিক্ষিপ্ত ঘটনাত বিজেপিৰ ৫জন, কংগ্ৰেছৰ ৪জন আৰু চিপিএমৰ ২জন কৰ্মী-সমৰ্থক আহত

চিকিৎসালয়ত দুজন আহত।

74
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে ৰাজ্যখনত টি এছ আৰৰ কমাণ্ডেণ্টৰ ব্যক্তিগত নিৰাপত্তা ৰক্ষীয়ে এজন সাংবাদিকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আজি বিজেপি দলে আহ্বান জনোৱা ১২ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ মাজতে কেইবাটাও সংঘৰ্ষৰ বাতৰি পোৱা গৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে একাধিক বিক্ষিপ্ত ঘটনাত বিজেপি ৫জন, কংগ্ৰেছৰ ৪জন আৰু চিপিএমৰ ২জন সমৰ্থকৰ লগতে এজন আৰক্ষীৰ জোৱানো আহত হৈছ। আহতসকলৰ কেইজনমানৰ নাম হ’ল ৰাজেশ সাহা, সুমন ঘোষ, দীপ্তানু চৌধুৰী, সঞ্জয় দাস আৰু আৰক্ষী জোৱানজনৰ নাম শ্ৰীকান্ত বৰ্ধন। বিজেপিৰ ৰাজেশ সাহাক আই জি এম আৰু দীপ্তাণু চৌধুৰীক জি বি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। কংগ্ৰেছৰ আহতকেইজনৰ ভিতৰত আছে বিকি শীল, শান্তনু পাল, টুতল দে’, সুশান্ত চক্ৰবৰ্তী। চি পি আই-এমৰ এজন আহত কৰ্মীৰ নাম সুমন ঘোষ। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে  আৰক্ষীৰ বিৰুদ্ধে পৰিস্থিতি নিয়ন্ত্ৰণত দায়িত্বৰ অৱহেলা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীৰ উপস্থিতি সত্ত্বেও দুটা দলৰ কৰ্মীয়ে মুখামুখিকৈ সংঘৰ্ষত লিপ্ত হোৱাৰ সুযোগ কেনেকৈ পালে বুলি প্ৰশ্ন কৰিছে ৰাইজে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd