• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত মহিলাৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 10:00 am
cancer-awareness-570x320

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ স্বাস্থ্যমন্ত্ৰী সুদীপ ৰায় বৰ্মনে ৰাজ্যখনৰ জনসাধাৰণক, বিশেষকৈ মহিলাসকলক কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে তেওঁলোকৰ জীৱন প্ৰণালী সলনি কৰিবলৈ আহ্বান জনাইছে।

বৰ্মনে কয় যে ৰাজ্যখনত কৰ্কট ৰোগৰ ঘটনা দ্ৰুতভাৱে বৃদ্ধি পাইছে আৰু ত্ৰিপুৰাত প্ৰতিবছৰে প্ৰায় ২,৫০০ নতুন কৰ্কট ৰোগী চিনাক্ত হয়। বৰ্তমান ৰাজ্যখনৰ মুঠ কৰ্কটৰোগীৰ ভিতৰত ৪০ শতাংশই হৈছে মহিলা।

Apply Now

‘’ এইটো আমাৰ বাবে এটা চিন্তাৰ বিষয় যে ৰাজ্যখনৰ মহিলাসকলৰ মাজত ধপাত সেৱন বা ধূম্ৰপানৰ বাবে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। মই ভাৱো জীৱন প্ৰণালীৰ সলনিয়ে তেওঁলোকক কৰ্কটৰ পৰা মুক্ত ৰখাত সহায় কৰিব,’’-বৰ্মনে সাংবাদিকৰ আগত এইদৰে কয়।

মন্ত্ৰীগৰাকীয়ে এক প্ৰতিবেদনৰ উদ্ধৃতিৰে কয় যে সকলো ধৰণৰ ধপাত সেৱনৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ভিতৰত ত্ৰিপুৰা শীৰ্ষত আছে।

বৰ্মনে কয় যে চৰকাৰে ইয়াত থকা আঞ্চলিক কৰ্কট হাস্পাতলখন আধুনিকীকৰণৰ সিদ্ধান্ত লৈছে আৰু লগতে ধালাই জিলাৰ আম্বাছাত আন এখন কৰ্কট হাস্পাতাল স্থাপন কৰিব।

‘’ এয়া আমাৰ লক্ষ্য। ৰাজ্যপাল তথাগত ৰায়েও বিধানসভাত তেওঁৰ ভাষণত এই কথা উল্লেখ কৰিছে,’’-তেওঁ কয়।

বৰ্মনে কয় যে চৰকাৰে ৰাজ্যখনত কৰ্কট ৰোগৰ সম্পৰ্কত অধিক স্বাস্থ্য সজাগতামূলক প্ৰচাৰ অভিযানৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কৰ্কটৰ চিকিৎসাৰ বাবে সজাগতা অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঞ্চলিক কৰ্কট হাস্পাতলৰ অধীক্ষক ড০ গৌতম মজুমদাৰে কয় যে সজাগতাৰ অভাৱৰ বাবেই ৭০ শতাংশ কৰ্কট ৰোগীয়ে অন্তিম পৰ্যায়ত আহে।

তেওঁ কয় যে ২০১৬ চনত ৰাজ্যখনত ১,৪৫৮ জন কৰ্কট ৰোগীৰ আৰু ২০১৪ৰ পৰা ২০১৬ ৰ ভিতৰত ৩,৭৮৬ জন কৰ্কট ৰোগীৰ মৃত্যু হৈছে।

ৰাজ্যখনৰ সকলো কৰ্কট ৰোগীৰ মাজৰ ৪০ শতাংশই মূৰ আৰু ডিঙিৰ কৰ্কটত ভূগে যিটো ধপাত সেৱনৰ ফলত হয় বুলিও তেওঁ উল্লেখ কৰে।

যোৱা বৃহস্পতিবাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য তেওঁ –‘’ বীট কেন্সাৰ : ৰাণ এণ্ড ৰাইড ২০১৮’’ শীৰ্ষক এক মটৰবাইক ৰেলীৰ শুভাৰম্ভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd