• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ নতুন চৰকাৰৰ ৩৩ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ, ৬৭ শতাংশ মন্ত্ৰী কোটিপতি

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , March 17, 2018 6:36 pm

1 min read

cabinet-meeting-tripura
104
VIEWS
Share on FacebookShare on Twitter

নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ ৬৭ শতাংশ, অৰ্থাৎ ৯ৰ ভিতৰত ৬ গৰাকী মন্ত্ৰী কোটিপতি। শুকুৰবাৰে প্ৰকাশিত এক বাতৰি অনুসৰি তেওঁলোকৰ ৯ গৰাকীৰ ভিতৰত ৩ গৰাকী, অৰ্থাৎ ৩৩ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।

১১ কোটি টকাৰে জিষ্ণু দেববাৰ্মা সৰ্বাধিক ধনী মন্ত্ৰী হোৱাৰ বিপৰীতে ৫ কোটি আৰু ৩ কোটিতকৈ অধিক সম্পদেৰে কোটিপতিৰ তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে প্ৰানাজিত সিংহ ৰয় আৰু সুদীপ ৰয় বৰ্মন। এই তিনিও শীৰ্ষ কোটিপতি মন্ত্ৰী বিজেপি দলৰ।

১.৩৯ লাখ টকাৰ সম্পত্তিৰে মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা বিজেপিৰ সান্ত্বনা চাকমা হ’ল আটাইতকৈ কম সম্পদশালী মন্ত্ৰী।

টাইমছ নাওৰ বাতৰি অনুসৰি ৯ গৰাকীৰ ভিতৰত ৩ গৰাকী মন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকা বুলি ঘোষণা কৰিছে। এওঁলোকৰ ভিতৰত বিজেপিৰ ৰতন লাল নাথ আৰু সুদীপ বৰ্মনৰ বিৰুদ্ধে আছে হত্যাৰ গুৰুতৰ অভিযোগ।

আনহাতে ৯ৰ ভিতৰত ৭ গৰাকী অৰ্থাৎ ৭৮ শতাংশ মন্ত্ৰী স্নাতক হোৱাৰ বিপৰীতে ২ গৰাকী স্নাতকোত্তৰ ডিগ্ৰিধাৰী।

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd