• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী পদৰ দাবীদাৰ বিপ্লব কুমাৰ দেবৰ মাণিক সৰকাৰক সাক্ষাৎ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , March 4, 2018 6:18 pm

1 min read

Biplab-Deb
70
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ সভাপতি তথা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰীৰ প্ৰধান দাবীদাৰ বিপ্লব কুমাৰ দেবে আজি ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মাণিক সৰকাৰক সাক্ষাৎ কৰে।

চিপিআই (এম)ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিপ্লব কুমাৰ দেবে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক লগ ধৰিছিল।

উল্লেখযোগ্য যে শুক্ৰবাৰে নতুন দিল্লীস্থিত ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰা ত্ৰিপুৰাৰ মিন পালন আৰু সমবায় উন্নয়ণ মন্ত্ৰী প্ৰয়াত খগেন্দ্ৰ জামাটিয়াক অন্তিম শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে দেব চিপিআই (এম)ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল।

সাংবাদিকৰ আগত দেবে কয়, ‘মই এতিয়াও বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা নাই। মই মাণিক দাক লগ ধৰি তেওঁৰ পৰা আশিৰ্বাদ বিচাৰো। তেওঁ মোতকৈ যথেষ্ট জ্যেষ্ঠ তথা এজন অভিজ্ঞ লোক।’

নিৰ্বাচনী যুঁজৰ প্ৰথমটো প্ৰয়াসতে বিজয় লাভ কৰিবলৈ সক্ষম হোৱা দেবে বনমালিপুৰ সমষ্টিৰ পৰা প্ৰতিদন্দিতাত অৱতীৰ্ণ হৈ চিপিআই (এম)ৰ প্ৰাৰ্থী অমল চক্ৰবৰ্তীক ৯,৫৪৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ সভাপতি বিপ্লব কুমাৰ দেবে দলটোৰ কেডাৰ তথা সংশ্লিষ্ট সকলোকে ৰাজ্যখনত শান্তি বৰ্তাই ৰখাৰ লগতে কোনো ধৰণৰ হিংসাত জড়িত নহ’বলৈ আহ্বান জনাই।

 

Recent News

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd