• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ সীমান্ত অঞ্চলত বি এছ এফে জব্দ কৰিলে চোৰাং কাৰবাৰীয়ে বিক্ৰীৰ বাবে অনা ম’হ

পান্না ঘোষ by পান্না ঘোষ
April 7, 2018 6:22 pm
Buffalo
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱা এটা বৃহৎ সফলতাত ৰাগনা সীমান্ত চকীস্থিত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ ১৬৬ বেটেলিয়নে চোৰাং কাৰবাৰীৰ হাতৰ পৰা দুটাকৈ ম’হ উদ্ধাৰ কৰে। ম’হ দুটা সীমান্তৰ সিপাৰলৈ প্ৰেৰণ কৰিবলৈ অনা হৈছিল বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে ত্ৰিপুৰাৰ পৰা সীমান্তইদি বাংলাদেশলৈ গৰু, ভাং, কানিকে ধৰি বৃহৎ সংখ্যক চোৰাং বস্তু সৰবৰাহ কৰা বৃহৎ চক্ৰৰ কথা সৰ্বজনবিদিত। বিশেষকৈ য়াকুব নগৰ, ৰাগনা, বিষ্ণপুৰ গাওঁকেইখন এই চোৰাং কাৰবাৰীসকলে ব্যৱহাৰ কৰা নিয়মীয়া পথ হৈ পৰিছে।

Apply Now

বি এছ এফৰ সূত্ৰই জনোৱা মতে, সীমান্তত থকা বেটেলিয়নটোৰ জোৱানসকলে আজি পুৱাৰ ভাগত ৪-৫ জন লোকক দুটা ম’হৰ সৈতে অঞ্চলটোত দেখা পায়। জোৱানসকলে মানুহকেইজনক ৰ’বলৈ কয় যদিও তেওঁলোকে উপেক্ষা কৰি সীমান্তৰ দিশত গৈ থাকে। তেতিয়া বি এছ এফৰ জোৱানকেইজনে শূন্যলৈ গুলী চালনা কৰে। শূন্যলৈ গুলী চালনা কৰাৰ লগে লগে মানুহকেইজন পলাই যায়। কিন্তু ম’হকেইটা এৰি যায়।

জোৱানকেইজনে ম’হ দুটা নিজৰ অধীনলৈ নিয়ে যদিও চোৰাং কাৰবাৰীকেইজনক ধৰিব নোৱাৰিলে।

ঘটনাৰ খবৰ পাই বাহিনীটোৰ কমাণ্ডেণ্ট সীতাৰাম বৈৰাই স্থানডোখৰ ভ্ৰমণ কৰে আৰু জোৱানসকলৰ ভূমিকাৰ শলাগ লয়।

মন কৰিব লগীয়া যে বিগত দুই-এবছৰৰ ভিতৰত ত্ৰিপুৰা গাঞ্জা সৰবৰাহকাৰীৰ নাভিকেন্দ্ৰ হৈ পৰিছে। অঞ্চলটোৰ সীমান্ত ব্যৱহাৰ কৰি এনেকুৱা চোৰাং কাৰবাৰীয়ে বিভিন্ন নিচাজাতীয় সামগ্ৰীকে ধৰি গৰু আদি বাংলাদেশলৈ চালান দি আহিছে।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

August 1, 2026 7:00 am
“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

July 31, 2026 9:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

August 1, 2026 7:00 am
“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd