• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত ত্ৰিপুৰাৰ ৰাজ্যপালৰ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা/ নতুন দিল্লী , January 11, 2018 1:56 pm

2 min read

তথাগত ৰয় আৰু ৰাজনাথ সিঙ
79
VIEWS
Share on FacebookShare on Twitter

আসন্ন ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজ্যখনৰ ৰাজনীতিত সঘনাই পট পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। বুধবাৰে ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰি ৰাজ্যখনৰ আইন-শৃংখলা সম্পৰ্কীয় কিছু তথ্য দাখিল কৰে।

বিগত কিছু দিনৰ পৰা ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰী মানিক সৰকাৰৰ মাজত চলা তীব্ৰ অসন্তুষ্টিৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীক অৱগত কৰোৱায়। লক্ষণীয় যে ৰাজ্যপালগৰাকীয়ে নিৰ্বাচনৰ আগত ৰাজ্যৰ আইন শৃংখলা সম্পৰ্কীয় আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিৱ আৰু আৰক্ষী সঞ্চালক প্ৰধানক ৰাজভৱনলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে বুলি জনায়।

আনহাতে এই সন্দৰ্ভত মানিক সৰকাৰে কয় যে দুয়োজন উচ্চ পৰ্যায়ৰ বিষয়া ৰাজ্যপালৰ লগত আলোচনাত বহাৰ কোনো যুক্তি নাই, কিয়নো ইতিমধ্যে ৰাজ্যপালৰ লগত এই সম্পৰ্কত এসপ্তাহ আগতে আলোচনা সম্পন্ন হৈ গৈছে।

কিছুদিন পূৰ্বে ত্ৰিপুৰা নিৰ্বাচনৰ বিজেপি পৰ্যবেক্ষক হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বহু জনসভাত ত্ৰিপুৰাৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে চৰকাৰখনক সমালোচনা কৰা দেখা যায়। বৰ্তমান সময়ত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাই বুলিও মন্তব্য কৰে শৰ্মাই।

এই বিষয়ে যোৱা সপ্তাহত হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত ভাৰতীয় নিৰ্বাচন আয়োগক লগ ধৰি ত্ৰিপুৰাৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাই বুলি আয়োগৰ আগত সদৰী কৰে।

তদুপৰি ত্ৰিপুৰা নিৰ্বাচন হিংসামুক্ত নহয় বুলি আশংকা ব্যক্ত কৰি নিৰ্বাচন আয়োগক অৱগত কৰোৱা বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

Recent News

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

911540-priyanka-gandhi-file

‘সমগ্ৰ দেশে কান্দি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হাঁহি আছে?’; কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd