• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰা গ্ৰামীন বেংকে আজি পালন কৰিছে ইয়াৰ ৪২ তম প্ৰতিষ্ঠা দিবস

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , December 21, 2017 12:03 pm

2 min read

ত্ৰিপুৰা গ্ৰামীন বেংকে আজি পালন কৰিছে ইয়াৰ ৪২ তম প্ৰতিষ্ঠা দিবস

ত্ৰিপুৰা গ্ৰামীন বেংকৰ অধ্যক্ষ মহেন্দ্ৰ মোহন গোস্বামীয়ে বেংকটোৰ ৪২ তম প্ৰতিষ্ঠা দিবস উপলক্ষে সংবাদ মাধ্যমক সম্বোধন কৰা মুহূৰ্তত

82
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা গ্ৰামীন বেংকে আজি বেংকিং সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচীৰে ইয়াৰ ৪২ তম প্ৰতিষ্ঠা দিবস পালন কৰিছে।

আগৰতলাৰ মাতংগিনি প্ৰেক্ষাগৃহত এখন বৃহৎ ঋণ মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত উপস্থিত থাকিব ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী তপন চক্ৰৱৰ্তী আৰু বেংকটোৰ শীৰ্ষ বিষয়াসকল। বেংকটোৱে মুঠতে হিতাধিকাৰীসকলৰ মাজত প্ৰায় ৭৫ কোটি টকাৰ ঋণ প্ৰদান কৰিছে।

ইয়াৰ আগেয়ে বুধবাৰে আগৰতলাৰ অভয়নগৰত থকা ত্ৰিপুৰা গ্ৰামীন বেংকৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি বেংকটোৰ অধ্যক্ষ মহেন্দ্ৰ মোহন গোস্বামীয়ে বেংকটোৰ ব্যৱসায় সম্পৰ্কে অৱগত কৰে। বেংকটোৱে ধাৰাবাহিকভাৱে ১৭ বছৰি ধৰি লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত বেংকটোৱে ৮৭.৬৮ কোটি টকাৰ লাভ অৰ্জন কৰিছে। গোস্বামীয়ে লগতে কয় যে গ্ৰামীন বেংকটোৱে ইয়াৰ মুঠ লাভ ৫৭.৬০ শতাংশ বৃদ্ধি কৰিছে। অৰ্থাৎ ২০১৬ ৰ ৩০ ছেপ্টেম্বৰৰ ২২.৮৩ কোটি টকাৰ পৰা ২০১৭ ৰ ৩০ ছেপ্টেম্বৰত ৩৫.৯৮ কোটি টকালৈ বৃদ্ধি পাইছে।

ত্ৰিপুৰা গ্ৰামীন বেংকৰ লাভৰ বিশদ দাঙি ধৰি গোস্বামীয়ে কয় যে ২০১৭ ৰ ৩০ ছেপ্টেম্বৰৰ আগৰ ২২৪.৪১ কোটি টকাৰ পৰা ২০১৭ ৰ ৩০ ছেপ্টেম্বৰলৈ ২৬২.৫৮ কোটি টকা আয় অৰ্জন কৰিবলৈ সক্ষম হৈছে বেংকটোৱে আৰু এই আয় বৃদ্ধিৰ হাৰ ১৭.০১ শতাংশ। তেওঁ লগতে বেংকটোত জমাৰ পৰিমাণ ১৫ শতাংশ বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে।

ত্ৰিপুৰা গ্ৰামীন বেংকটো ত্ৰিপুৰাৰ অনগ্ৰসৰ লোকসকলৰ আৰ্থ-সামাজিক মান উন্নত কৰি তোলাৰ লক্ষ্যৰে ১৯৭৬ চনৰ ২১ ডিচেম্বৰত স্থাপন কৰা হৈছিল।

বৰ্তমান বেংকটোৰ গোটেই ত্ৰিপুৰাত ১৪৪ টা শাখা আৰু ১৩ টা ক্ষুদ্ৰ শাখা আছে আৰু ৰাজ্যখনত শাখা নেটৱৰ্কৰ ফালৰ পৰা এই বেংকটোৱো হৈছে বৃহৎ বেংক।

ত্ৰিপুৰা গ্ৰামীন বেংকৰ ১৪৪ টা ১০৩ টা শাখা গ্ৰাম্য অঞ্চলত আছে যিটো শাখা নেটৱৰ্কৰ ফালৰ পৰা ৭১ শতাংশ হ’ব।

 

Recent News

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd