• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৰ্জাবেৰৰ কোঠাই চৰকাৰী আৱাস গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 19, 2018 8:40 pm
এই তৰ্জাবেৰৰ কোঠাটো গুৱাহাটী চিকিৎসালয়ৰ কৰ্মচাৰী এজনৰ আৱাস

এই তৰ্জাবেৰৰ কোঠাটো গুৱাহাটী চিকিৎসালয়ৰ কৰ্মচাৰী এজনৰ আৱাস

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন নতুন চিকিৎসালয় স্থাপনেৰে অসমৰ স্বাস্থ্য খণ্ডলৈ উন্নয়নৰ নতুন দিগন্ত অনা বুলি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবীৰ বিপৰীত ছবি দাঙি ধৰি তৰ্জাবেৰৰ কোঠা হৈছেগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ চৰকাৰী আৱাসগৃহ।

আনহাতে জৰুৰীকালীন সেৱাৰ লগত জৰিত অথচ আৱাসগৃহত নথকা কৰ্মচাৰীসকলৰ যাতায়াতৰ বাবে চিকিৎসা মহাবিদ্যালয়খনত নাই পৰ্য্যাপ্ত ষ্টাফ বাছ।

Apply Now

ইতিমধ্যে থকা আৱাসসমূহৰ বহুবিলাকত পানীৰ সুবিধা নথকাৰ বাবে কৰ্মচাৰীসকলে প্ৰায় আধা কিল’মিটাৰ দূৰৰ পৰা পানী সংগ্ৰহ কৰিব লগা হোৱাৰ বিপৰীতে ৰাজ্যৰ গড়কাপ্তানী বিভাগে নৰকাসুৰ পাহাৰত চিকিৎসালয়ৰ কৰ্মীৰ বাবে নিৰ্মাণ কৰা কেইবাটাও আৱাস কেইবাবছৰ ধৰি অসম্পূৰ্ণ অৱস্থাতেই পৰি আছে।

থাকিবলৈ ঠাই নোহোৱা বাবে কিছুসংখ্যক কৰ্মচাৰীয়ে আকৌ আবন্টন নোহোৱাকৈয়ে সেই অসম্পূৰ্ণ আৱাসতেই তৰ্জাৰ বেৰ লগাই থাকিবলৈ লৈছে।

‘ঘৰকেইটা হোৱা নাই বাবে আমি তৰ্জাৰ বেৰা লগাই থাকিব পৰা কৰি লৈছো। আধা কি.মি.মান দূৰত পানীৰ টেংকি এটা আছে তাৰ পৰা আমি পানী আনিবলৈ যাওঁ,’ এগৰাকী আৱাসীয়ে নৰ্থ ইষ্ট নাও-ক জনায়।

জৰুৰী সেৱাত নিয়োজিত কৰ্মচাৰীসকলে বিশেষ চৰকাৰী সুবিধা পাব লাগে যদিও এতিয়াও এই বৃহৎ চিকিৎসালয়খনৰ ৩য় বৰ্গৰ কৰ্মচাৰী আৰু নাৰ্ছৰ বাবে আৱাসগৃহ নাই বুলি জানিব পৰা গৈছে।

‘যি কেইটা আৱাস বৰ্তমান আছে সেয়া কৰ্মচাৰী অনুপাতে পৰ্যাপ্ত নহয়,’ কৰ্মচাৰীসকলৰ অভিযোগ।

অসমৰ বিভিন্ন ঠাইৰ পৰা চাকৰি কৰিবলৈ অহা কৰ্মচাৰীসকলৰ একাংশই এতিয়া গুৱাহাটীত ভাৰাঘৰ লৈ থাকে। ‘আমি ভাৰা ঘৰৰ পৰা অহা-যোৱা কৰো,’ এগৰাকী কৰ্মচাৰীয়ে জনায়।

জৰুৰীকালীন সেৱাত নিয়োজিত অথচ নিজা ঘৰ বা ভাৰা ঘৰৰ পৰা অহা-যোৱা কৰা কৰ্মচাৰীসকলৰ বাবে নাই প্ৰয়োজনীয় সংখ্যক ষ্টাফ বাছ।

‘আগতে কেইবাখনো ‘ষ্টাফ বাছ’ আছিল, কিন্তু এতিয়া সেইবোৰ বিকল হৈ গ’ল। বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখন বাছ ভাড়ালৈ লৈ ‘ষ্টাফ বাছ’ হিচাপে ব্যৱহাৰ কৰি আছে যদিও সেয়া পৰ্যাপ্ত নহয়,’ কৰ্মচাৰীসকলে জানিবলৈ দিয়ে।

এই বাছ দুখনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আদাবাৰীলৈ দিনটোত তিনিবাৰ অহা-যোৱা কৰে। কিন্তু গুৱাহাটীৰ আন আন ঠাইসমূহৰ পৰা কৰ্মচাৰী আহিবলৈ নাই কোনো ‘ষ্টাফ বাছ’ৰ ব্যৱস্থা।

আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্কাৰ ভাৰতৰ কথা কৈ আহিলেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বহু কৰ্মচাৰীৰে নাই স্থায়ী শৌচালয়।

‘আমি নিজাকৈ অস্থায়ী শৌচাগাৰ বনাই লৈছো,’ এগৰাকী কৰ্মচাৰীৰ মন্তব্য।

খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ এই দুৰৱস্থাৰ অৱসান কেতিয়া ঘটিব জনাবনে স্বাস্থ্য মন্ত্ৰী শৰ্মাই?

স্বাস্থ্যৰ লগতে বৰ্তমান ড০ শৰ্মাৰে দায়িত্বত থকা গড়কাপ্তানী বিভাগে কেতিয়াকে সম্পূৰ্ণ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ আৱাস গৃহৰ সমস্যা?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd