DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দহখন নতুন মুখেৰে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে সাজু বাম ফ্ৰণ্ট

পিনাকী দাস by পিনাকী দাস
January 24, 2018 7:10 pm
প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ মুহূৰ্ত্বত বাম নেতৃবৃন্দ

প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ মুহূৰ্ত্বত বাম নেতৃবৃন্দ

81
VIEWS
Share on FacebookShare on Twitter

৬০ জনীয়া সদস্যৰে গঠিত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বাম ফ্ৰণ্টে মঙলবাৰে ইয়াৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এইবাৰৰ নিৰ্বাচনত ১০খন নতুন মুখৰ উপৰি ৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

মঙলবাৰে বাম ফ্ৰণ্টৰ নেতৃবৃন্দৰ উপস্থিতিত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক তথা বাম ফ্ৰণ্টৰ নৱ নিৰ্বাচিত আহ্বায়ক বিজন ধৰে চিপিআই(এম)ৰ ৫৭ জন সদস্যৰ লগতে সহযোগী দল আৰএছপি, চিপিআই আৰু এফবিৰ একোজনকৈ সদস্যৰে গঠিত প্ৰাৰ্থী তালিকাখন ঘোষণা কৰে।

মন কৰিব লগীয়া যে, ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত  সহযোগী বাম দলকেইটাক ৫ খন আসন দিয়া হৈছিল। ইয়াৰে চিপিআইক দুখন, আৰএছপিক দুখন আৰু ফৰৱাৰ্ড ব্লকক এখন আসন দিয়া হৈছিল।

ধৰৰ মতে জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ ভিত্তিত প্ৰাৰ্থীসকলক নিৰ্বাচন কৰা হৈছে।

বাম ফ্ৰণ্টৰ ৬০ জন প্ৰাৰ্থীৰ ভিতৰত বৰজালা সমষ্টিৰ ৩৫ বছৰীয়া ঝুমু সৰকাৰ কনিষ্ঠতম প্ৰাৰ্থী হোৱাৰ বিপৰীতে ৭৯ বছৰ বয়সীয়া চাওমানু সমষ্টিৰ নিৰাজয় ত্ৰিপুৰা আটাইতকৈ জ্যেষ্ঠ প্ৰাৰ্থী।

আনহাতে প্ৰথমবাৰৰ কাৰণে চিপিআই(এম)এ নিৰ্বাচনৰ পূৰ্বেই মুখ্য মন্ত্ৰী প্ৰাৰ্থী হিচাপে মাণিক সৰকাৰক প্ৰক্ষেপ কৰিছে।

১৮ ফেব্ৰুৱাৰিত হ’বলগীয়া নিৰ্বাচনটোত বাম ফ্ৰণ্টে শান্তি অাৰু সম্প্ৰীতিক নিৰ্বাচনী বিষয় হিচাপে লৈ যুঁজত নামিব বুলি ধৰে জানিবলৈ দিয়ে।

 

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd