DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিখৌমুখৰ খহনীয়াৰ কবলত পৰা মথাউৰিত জিঅ’ টিউব আৰু জিঅ’ মেট্ৰেছ সংস্থাপনৰ আশ্বাস বিধায়ক প্ৰদীপ হাজৰিকাৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
August 3, 2018 7:25 pm
দিখৌমুখৰ খহনীয়াৰ কবলত পৰা মথাউৰিত জিঅ’ টিউব আৰু জিঅ’ মেট্ৰেছ সংস্থাপনৰ আশ্বাস বিধায়ক প্ৰদীপ হাজৰিকাৰ
100
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩০ জুলাইত হঠাৎ বাঢ়ি অহা দিখৌ নৈৰ প্ৰলয়ংকৰী সোঁতে শিৱসাগৰ ৰাজহ চক্ৰৰ জকাইচুক মৌজাৰ অন্তৰ্গত দিখৌমুখৰ ৰঘুবাৰীৰ দিখৌ মথাউৰিত অব্যাহত ৰখা খহনীয়াগ্ৰস্ত মথাউৰিটো কালি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উল্লেখযোগ্য যে  অস্বাভাৱিক ৰূপত বৃদ্ধি পোৱা দিখৌৰ বৰ্দ্ধিত জলপৃষ্ঠই ৰঘুবাৰীৰ নামঘৰ সমীপৰ দিখৌ মথাউৰিটোৰ প্ৰায় ৫০ মিটাৰ অংশ ভয়ানকভাৱে খহাই মথাউৰিটো ছিঙি নিয়াৰ উপক্ৰম কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ ২০ হেজাৰোধিক জনসাধাৰণে মথাউৰিটো ছিগিলে হ’ব পৰা সম্ভাব্য জলপ্ৰলয়ৰ শংকাত যোৱা দিনকেইটা এক কথাত পাৰ কৰিছে বিনিদ্ৰ ৰজনী।

মথাউৰিটোৰ খহনীয়াগ্ৰস্ত অংশ কালি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক বড়াক লগত লৈ আহি পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়হি। অগপৰ দিখৌমুখ আৰু কাৱৈমাৰী আঞ্চলিকৰ বিষয়ববীয়াও উপস্থিত থকা কালত বিধায়কগৰাকীয়ে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি বিভাগীয় কাৰ্যবাহী অভিযন্তাগৰাকীক মথাউৰিটোত সৃষ্টি হোৱা দুৰ্যোগ শীঘ্ৰে প্ৰতিৰোধৰ নিৰ্দেশ দিয়ে।

আনহাতে বিধায়কগৰাকীয়ে স্থানীয় ৰাইজক ইতিমধ্যে মথাউৰিটো জিঅ’ টিউব আৰু জিঅ’ মেট্ৰেছ সংস্থাপনেৰে নিৰ্মাণৰ এক প্ৰাক্কলন প্ৰস্তুত কৰি বিভাগীয় অনুমোদৰ বাবে প্ৰেৰণ কৰা বুলি জানিবলৈ দি খৰালি মথাউৰিটোৰ খহনীয়া সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd