DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীপালী বৰঠাকুৰ সন্দৰ্ভত উৰাবাতৰি ছ’চিয়েল মিডিয়াত : দায়িত্বহীন আখ্যা সচেতন মহলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 5:08 pm
DipaliBorthakur
311
VIEWS
Share on FacebookShare on Twitter

বাৰ্ধক্যজনিত অসুস্থতাত ভুগি গুৱাহাটীৰ নেইমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অসমৰ নাইটিংগেল খ্যাত সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ভুলকৈ বাতৰি প্ৰচাৰ হৈ থকাত সচেতন নাগৰিকসকলক উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে। ভুল খবৰে গায়িকাগৰাকীৰ আত্মীয় তথা অনুৰাগীসকলকো ক্ষুভিত কৰা দেখা গৈছে।

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত বহুতে গায়িকাগৰাকীৰ মৃত্যু হোৱা বুলি ভুলকৈ প্ৰচাৰ চলোৱা দেখা গৈছে। বহুতো ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত গায়িকাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাও দেখা গ’ল।

অৱশ্যে পিছত বাতৰিটো ভুল বুলি স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনাও কৰা দেখা গ’ল এনে বহুজনক।

‘এই দৃষ্টান্তই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ দায়বদ্ধতাৰ স্তৰ যে একেবাৰে তলৰ পৰ্য্যায়ত আছে সেইটোৱে প্ৰমাণ কৰে।’ –এইদৰে কয় গায়িকাগৰাকীৰ এজন অনুৰাগীয়ে।

মন কৰিব লগীয়া যে এই বাতৰি দিয়াসকলৰ বেছিভাগেই শিল্পীগৰাকীৰ অনুৰাগী। কিন্তু আগতীয়াকৈ খবৰ দিব পৰাৰ কৃতিত্ব ল’বলৈ গৈ এইসকলে নিজৰ দায়িত্বহীনতা প্ৰদৰ্শন কৰাটো দুৰ্ভাগ্যজনক। এওঁলোকৰ অনেককেই এতিয়া নিজৰ পোষ্ট ডিলিট কৰি ক্ষমা প্ৰাৰ্থনা সম্বলিত পোষ্ট দিয়া দেখা গৈছে।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd