DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীৰ্ঘতম চন্দ্ৰগ্ৰহণৰ বাবে বিশেষ আয়োজন গুৱাহাটী তাৰকাগৃহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 6:50 pm
Guwahati-Planetarium-1-570x320
170
VIEWS
Share on FacebookShare on Twitter

আজি দৃশ্যমান হ’বলগীয়া একৈশ শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে গুৱাহাটী তাৰকাগৃহই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । জুলাইৰ ২৭ তাৰিখে নিশা ১১-৫৪ বজাত অৰ্ধগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু মাজনিশাৰ পাছত অৰ্থাৎ জুলাইৰ ২৮ তাৰিখে ০১-০০বজাত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব।

ভাৰতত এই চন্দ্ৰগ্ৰহণ ভালদৰে দেখা পোৱাৰ আশা আছিল যদিও মেঘাচ্ছন্ন আকাশ আৰু বেয়া বতৰৰ বাবে এই  মহাজাগতিক পৰিঘটনাটো দেখা পোৱাত বাধাৰ সৃষ্টি হ’ব পাৰে।

উল্লেখ্য যে আজিৰ চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰ, মঙলগ্ৰহ আৰু সূৰ্যই একোটা সৰলৰেখাত অৱস্থান কৰিব, অৰ্থাৎ মঙল আৰু সূৰ্যই পৰস্পৰৰ বিপৰীত দিশত অৱস্থান কৰিব আৰু পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত অৱস্থান কৰিব।

তামৰঙী হৈ পৰা চন্দ্ৰক একেই দিশত ৰঙা গ্ৰহ মঙলক দেখা পোৱা যাব। উল্লেখ্য যে স্বাভাৱিকতে যি কাৰণে সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত সূৰ্য ৰঙচুৱা হৈ পৰে, (পৃথিৱাৰ পৰা) আকাশৰ ৰং নীলা, ঠিক সে একেই  প্ৰাকৃতিক কাৰণতেই অৰ্থাৎ ৰেইলী স্কাটাৰিং প্ৰক্ৰিয়াৰ বাবে আজিৰ চন্দ্ৰটোক ৰঙচুৱা দেখা যাব।

অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ অন্যন্য প্ৰান্তৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।

গুৱাহাটী তাৰকাগৃহত জুলাইৰ ১ তাৰিখৰ পৰা দৈনিক সন্ধিয়া ৬-৩০ৰ পৰা সন্ধিয়া ৭-৩০লৈকে তাৰকামণ্ডলীৰ অৱস্থান দেখুৱাই অহা হৈছে।

Recent News

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Crime in Guwahati

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd