• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুই অসম সন্তানে সফলতা অৰ্জনেৰে ৰাজ্যৰ ক্ৰীড়া জগতলৈ পুনৰ কঢ়িয়াই আনিলে সু-নাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2018 10:04 am

1 min read

দুই অসম সন্তানে সফলতা অৰ্জনেৰে ৰাজ্যৰ ক্ৰীড়া জগতলৈ পুনৰ কঢ়িয়াই আনিলে সু-নাম

অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰ

141
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়া জগতলৈ পুনৰ দুটাকৈ সু-খবৰ। পুনৰ দেশত উজ্জ্বলিল অসম সন্তান।

উল্লেখযোগ্য যে থাইলেণ্ডৰ ASSUMPTION UNIVERSITYত অনুষ্ঠিত থাইলেণ্ড এইজ গ্ৰুপ চেম্পিয়নশ্বিপত অসম সন্তানে দুটাকৈ পদক অৰ্জনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে এইজ গ্ৰুপৰ চেম্পিয়নশ্বিপৰ ছুইমিঙত বোকাখাতৰ বিক্ৰম চাংমাই আঁজুৰি আনিলে দুটাকৈ পদক। ১৪–১৫ বছৰ শাখাত ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপৰ পদক আৰু ৫০ মিটাৰ বাটাৰ ফ্লাইত ব্ৰঞ্জৰ পদক বিক্ৰম চাংমাই লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ৫০ মিটাৰ শাখাত বিক্ৰমে ভংগ কৰিলে ভাৰতীয় অভিলেখ।

আনহাতে পুনেত অনুষ্ঠিত সৰ্বভাৰতীয় আৰ্চাৰীত অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ তথা অসম সন্তান জয়ন্ত তালুকদাৰে প্ৰতিযোগিতাখনত দুটা স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয়। দীৰ্ঘ বিৰতিৰ মূৰত দেশৰ ভিতৰতে পুনৰ শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰি আৰ্চাৰগৰাকী উৎফুল্লিত হয় বুলি জানিব পৰা গৈছে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd