• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

দুধনৈত থানাত আৰক্ষী উপ- পৰিদৰ্শকৰ আত্মহত্যাক লৈ চাঞ্চল্য

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , June 17, 2018 1:38 pm

1 min read

ATTACHMENT
69
VIEWS
Share on FacebookShare on Twitter

দুধনৈ আৰক্ষী থানাত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ নিহত উপ-পৰিদৰ্শকজনৰ নাম উপেন্দ্ৰ নাথ তালুকদাৰ ৷ তেওঁৰ উপেন্দ্ৰ নাথ তালুকদাৰৰ ঘৰ পাঠশালাত ৷

জানিব পৰা মতে দুধনৈ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ নাথ তালুকদাৰে দেওবাৰে নিচেই পুৱা নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ৷ গোৱালপাৰা আৰক্ষী অধীক্ষকে জনোৱা মতে নিহত SI তালুকদাৰ কিছু শাৰীৰিক অসুস্থাত ভূগি আছিল ৷ ইফালে পুৱা নিজ কৰ্তব্যত অনুপস্থিত থকাত ভাৰপ্ৰাপ্ত আৰক্ষী শৈলেন ৰয়ে SI জনৰ কোঠাত মাতিবলৈ গৈ প্ৰত্যক্ষ কৰে তেওঁ তেজেৰে লটুৰি পুতুৰি হৈ বিছনাত পৰি আছিল আৰু নিজৰ ছাৰ্ভিছ ৰিভলভাৰটো মাটিত পৰি আছিল ৷

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰে ৷ যথেষ্ঠ অমায়িক স্বভাৱৰ আৰক্ষী বিষয়াজনে কি কাৰণত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’ব ল’গা হ’ল সেয়া অদ্যপি ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষী আৱাসত থকা আৰক্ষী বিষয়াজনৰ মৃতদেহৰ  কাষত কোনো ধৰণৰ আত্মহত্যাৰ টোকা উদ্ধাৰ হোৱা নাই ৷ সেয়েহে আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

 

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd