• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুলীয়াজানৰ অইল-ডি এফ এ’ আমন্ত্ৰণমূলক আন্তঃ একাদেমি ডিব্ৰুগড়-তিনিচুকীয়া অনূৰ্ধ্ব-১৬ ফুটবলত বুধবাৰৰ বিজয়ী নামৰূপ টাউন ক্লাব, বাৰেকুৰি ফুটবল একাডেমি

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , March 14, 2018 9:46 pm

1 min read

দুলীয়াজানৰ অইল-ডি এফ এ’ আমন্ত্ৰণমূলক আন্তঃ একাদেমি ডিব্ৰুগড়-তিনিচুকীয়া অনূৰ্ধ্ব-১৬ ফুটবলত বুধবাৰৰ বিজয়ী নামৰূপ টাউন ক্লাব, বাৰেকুৰি ফুটবল একাডেমি

প্ৰতিনিধিত্বমূলক ছবি

130
VIEWS
Share on FacebookShare on Twitter

দুলীয়াজান নেহৰু ময়দানত চলি থকা দ্বিতীয় অইল ইণ্ডিয়া-ডি এফ এ’ আমন্ত্ৰণমূলক আন্তঃ একাদেমি বৃহত্তৰ ডিব্ৰুগড়-তিনিচুকীয়া জিলা অনূৰ্ধ্ব-১৬ ফুটবল প্ৰতিযোগিতাত বুধবাৰে নামৰূপ টাউন ক্লাব আৰু বাৰেকুৰি ফুটবল একাডেমিয়ে নিজৰ নিজৰ খেলত জয়লাভ কৰিছে।

প্ৰথমখন খেলত নামৰূপ টাউন ক্লাবে তিনিচুকীয়া ফুটবল ক্লাবক ১-০ গ’লত পৰাজিত কৰে।

নামৰূপৰ মিডফিল্ডাৰ ৰূপমে খেলৰ ১৭ মিনিটত একমাত্ৰ গ’লটো দিয়ে।

নামৰূপ টাউন ক্লাবৰ মাধূৰ্য্য গগৈক শ্ৰেষ্ঠ খেলুৱৈ ঘোষণা কৰা হয়।

দ্বিতীয়খন খেলত বাৰেকুৰি ফুটবল ক্লাবে টী স্প’ৰ্টছ একাডেমিক টাইব্ৰে’কাৰত ৪-২ গ’লত পৰাজিত কৰে।

নিৰ্ধাৰিত সময়ত গ’লশূন্যভাৱে ড্ৰ হোৱা খেলখনৰ টাইব্ৰে’কাৰত বাৰেকুৰিৰ হৈ সুনীল চেতিয়া, প্ৰনৱ গোহাঁই, অভিৰাজ চৌৰাউ, পাপু চেতিয়াই গ’ল দিয়াৰ বিপৰীতে আনটো দলৰ হৈ গ’ল দিয়ে বাবুল ৰবিদাস আৰু মানস গগৈয়ে।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd