• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ সমান্তৰালকৈ অসমতো ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বিজেপিৰ ‘গ্ৰাম স্বৰাজ অভিযান’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2018 1:52 pm
BJP Flags 750 1

প্ৰতিনিধিত্বমূলক চিত্ৰ

131
VIEWS
Share on FacebookShare on Twitter

১৮ এপ্ৰিলৰ পৰা সমগ্ৰ দেশযুৰি ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰাম স্বৰাজ অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ অসমতো ৰাজ্যিক বিজেপিয়ে এই অভিযান সফল কৰি তুলিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়ৰ সকলো নেতা-কৰ্মীয়ে গ্ৰাম স্বৰাজ অভিযান কাৰ্যসূচীত অংশ ল’ব।

অসমত এই অভিযান সফল কৰি তুলিবলৈ অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ নেতৃত্বত এখন ৮ জনীয়া সমিতি গঠন কৰা হৈছে। সাতটা পৰ্যায়ত চলিবলগীয়া এই কাৰ্যসূচীত স্বচ্ছ ভাৰত পৰ্ব, উজ্জ্বলা পঞ্চায়তীৰাজ দিৱস, গ্ৰাম শক্তি অভিযান, আয়ুস্মান ভাৰত অভিযান, কিষাণ কল্যাণ কৰ্মশালা, আত্মসহায়ক গোট আৰু কৌশল বিকাশ মেলা অনুষ্ঠিত হ’ব।

এই কাৰ্যসূচী অনুসৰি ১৮ এপ্ৰিলত স্বচ্ছ ভাৰত কাৰ্যসূচীত ৰাজ্যিক কাৰ্যপ্ৰমুখ হিচাপে উপস্থিত থাকিব দলৰ ৰাজ্যিক উপ-সভাপতি তৌফিক ৰহমান আৰু বিধায়ক গুৰুজ্যোতি দাস।

২০ এপ্ৰিলত উজ্জ্বলা পঞ্চায়ত কাৰ্যসূচীত ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে দলৰ উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী বিজুলী কলিতা মেধিয়ে অংশ ল’ব।

আনহাতে ২৪ এপ্ৰিলত হ’বলগীয়া পঞ্চায়তীৰাজ দিৱসত উপস্থিত থাকিব দলৰ ৰাজ্যিক উপ-সভাপতি বিমল ওচোৱান আৰু সম্পাদক কিশোৰ উপাধ্যায়।

২৮ এপ্ৰিলত হ’বলগীয়া গ্ৰাম শক্তি অভিযানত দলৰ ৰাজ্যিক উপ-সভাপতি লংকি ফাংছ’, সম্পাদক প্ৰদীপ বৰা, ৩০ এপ্ৰিলৰ আয়ুষ্মান ভাৰত অভিযান কাৰ্যসূচীত দলৰ উপ-সভাপতি মনোজ ৰাম ফুকন, সম্পাদক ৰাজীৱ শৰ্মাই ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে অংশ ল’ব।

২ মে’ত হ’বলগীয়া কিষাণ কল্যাণ কৰ্মশালাত ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে ৰাজ্যিক সম্পাদক ড০ অমিয় কুমাৰ ভূঞা আৰু কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰাণ কুমাৰ দাস আৰু  সেইদৰে ৫ মে’ত হ’বলগীয়া আত্মসহায়ক গোট আৰু কৌশল বিকাশ মেলাত দলৰ ৰাজ্যিক উপ-সভাপতি দিগন্ত ঘাটোৱাৰ আৰু সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই ৰাজ্যিক কাৰ্যক্ৰমপ্ৰমুখ হিচাপে অংশগ্ৰহণ কৰিব।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd