• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেৱজিৎ ভূঞা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন ডিব্ৰুগড় ক্ৰিকেট ক্লাব

NE NOW NEWS অক্ষয় প্ৰণৱ কলিতা
নামৰূপ , March 15, 2018 9:40 am

1 min read

NAMRUP-CRICKET-570x320
91
VIEWS
Share on FacebookShare on Twitter

নামৰূপস্থিত গান্ধী ময়দানত অনুষ্ঠিত দেৱজিৎ ভূঞা সোঁৱৰণী সদৌ অসম ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড়  ক্ৰিকেট ক্লাব আৰু শিৱসাগৰ ফিনিক্স ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা ফাইনেলত ডিব্ৰুগড় ক্ৰিকেট ক্লাবে ১৭ ৰানত ফিনিক্স দলক পৰাজিত কৰি খিতাপ অৰ্জন কৰে।

ফাইনেলত ডিব্ৰুগড় ক্ৰিকেট ক্লাবে উত্তেজনাপূৰ্ণ মেচখনত ফিনিক্স ক্ৰিকেট ক্লাবক ১৭ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে টছত জয়ী হৈ প্ৰথমে বেট ধৰা ডিব্ৰুগড় ক্লাবে সৌৰভ ভাগৱতীৰ বিস্ফোৰক অৰ্ধশতক(৫১) আৰু ঈশান আহমেদৰ ৩৬ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱায় ১২৬ ৰান কৰিবলৈ সক্ষম হয়। বলিঙত ফিনিক্সৰ হৈ ভৰত নোৱাৰে তিনিটা আৰু বিকি সিঙে দুটা উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত ফিনিক্স দলে বেট ধৰিব আহি ডিব্ৰুগড় ক্ৰিকেট ক্লাবৰ অনুশাসনমূলক বলিঙৰ আগত দিশহাৰা হৈ মেচৰ চাৰি অভাৰ বাকী থাকোতে ১১০ ৰানতে নিজৰ ইনিংছ সামৰিব লগা হয়। ফিনিক্সৰ হৈ সৰ্বাধিক নাছাউল্লাৰ ১৯ আৰু জেৰিফুৰ ৰহমানে ১৮ ৰান কৰিবলৈ সক্ষম হয়।

আনহাতে ডিব্ৰুগড় ক্লাবৰ সন্দীপ শৰ্মাই দুটা আৰু মুক্তাৰ হুছেইনে তিনিটা উইকেট লাভ কৰে। মেচখনত উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়োৱা বাবে ডিব্ৰুগড় ক্লাবৰ সন্দীপ শৰ্মাক মেন অব দা মেচ প্ৰদান কৰা হয়।

ফাইনেল মেচৰ পাছতেই অনুষ্ঠিত হোৱা বঁটা বিতৰণ অনুষ্ঠানত বঁটাসমূহ বিতৰণ কৰে বি ভি এফ চি এলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ ভট্টাচাৰ্যই।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd