DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৈয়াং চাহ বাগিচাত ১৭ দিনত ১৭ জন চাহ শ্ৰমিকৰ অচিন ৰোগত মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2018 10:13 pm
গোলাঘাট
114
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাত ১৭ দিনত ১৭ জনকৈ শ্ৰমিক কোনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাৰ ছুমাছিয়া আৰু টুঙী লাইনৰ শ্ৰমিক সকলক এই ঘটনাই আতংকিত কৰি তোলাৰ লগতে শ্ৰমিক সকলৰ মাজত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

বাগিচাখনৰ শ্ৰমিক সকল তীব্ৰ জ্বৰ, বমি, ব্লাড প্ৰেছাৰ, ডায়েৰীয়া আদি ৰোগত মৃত্যু হোৱা বুলি একাংশই জানিব দিয়ে।

কিন্তু আশ্চৰ্যজনকভাৱে বাগিচাখনৰ চিকিৎসক গৰাকীয়ে শ্ৰমিক সকলৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

অঞ্চলটোৰ আন একাংশই প্ৰকাশ কৰা মতে বাগিচাখনৰ আশে পাশে থকা অবৈধ চুলাই মদৰ ঘাটিৰ চুলাই ভক্ষণ কৰাৰ বাবেই শ্ৰমিক সকল মৃত্যু মুখত পৰে।

গোলাঘাট জিলা উপায়ুক্তই এই সম্পৰ্কত আৱকাৰী বিভাগক বাগিচা অঞ্চলটোত থকা চুলাই ঘাটি বিলাকত অভিযান চলাই বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।

Recent News

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd