DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৌৰ ৰাণী হিমাৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃক অভিনন্দন সাংসদ গৌৰৱ গগৈৰ

মিণ্টু দাস by মিণ্টু দাস
July 16, 2018 11:17 pm
দৌৰ ৰাণী হিমাৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃক অভিনন্দন সাংসদ গৌৰৱ গগৈৰ
84
VIEWS
Share on FacebookShare on Twitter

অনন্য প্ৰতিভা উন্মোচিত কৰি বিশ্ব এথলেটিকছত স্বৰ্ণপদক আঁজুৰি আনি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা অসমৰ দৌৰ ৰাণী হিমা দাসৰ নগাঁৱৰ ধিংস্থিত বাসগৃহত আজি কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হয়।

উল্লেখযোগ্য যে দৌৰ ৰাণী হিমা দাসে বিশ্ব এথলেটিকছত স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাৰ পিছতে হিমাৰ বাসগৃহত বিভিন্ন লোকৰ সমাগম হোৱাৰ সময়তে আজি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক গামোচা-শৰাইৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে।

তাৰোপৰি সাংসদ গৰাকীয়ে হিমা দাসৰ লগত ভিডিঅ’ কনফাৰেন্সিঙেৰে বাৰ্তালাপ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। সাংসদ গৰাকীয়ে বাৰ্তালাপৰ সময়ত হিমাক কি দৰে সহায় কৰিলে আনন্দিত হ’ব বুলি এক প্ৰশ্ন সোধে।

ফলত হিমাই সাংসদ গৰাকীৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ জন্মভূমি যিখন খেলপথাৰত খেলা-ধূলা কৰি আজিৰ অৱস্থা পালে সেই খেলপথাৰখন উঠি অহা যুৱক-যুৱতীসকলৰ বাবে উপযুক্তভাবে গঢ়ি তোলাৰ লগতে তেওঁৰ গাঁৱৰ ৰাজহুৱা নামঘৰৰ মণিকূটটো ৰাইজৰ সুবিধাৰ্থে ভালদৰে বনাই দিয়াৰ ব্যৱস্থা কৰিবলৈ সাংসদগৰাকীক অনুৰোধ জনায়৷

প্ৰত্যুত্তৰত সাংসদগৰাকীয়ে অতি শীঘ্ৰে হিমাৰ অনুৰোধক বাস্তৱায়িত কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Recent News

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd