DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় দিনাও অব্যাহত আমচাঙৰ উচ্ছেদ অভিযান

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 28, 2017 10:46 am
দ্বিতীয় দিনাও অব্যাহত আমচাঙৰ উচ্ছেদ অভিযান

উচ্ছেদস্থলীৰ এটা দৃশ্য।

92
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে প্ৰশাসনে দ্বিতায় দিনাও আমচাঙত চলাই নিছে উচ্ছেদ অভিযান। আজি আবেলি পৰ্য্যন্ত প্ৰায় ২০০ টা ঘৰ ভঙাৰ লগতে এটা নামঘৰ আৰু এটা মচজিদো ভাঙে। লগতে কেইবা বিঘা মাটি বেদখলৰ পৰা মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে। মঙলবাৰে পুৱা উচ্ছেদ অভিযান চলাবলৈ গৈ প্ৰশাসনৰ লোকসকল তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল। উচ্ছেদকাৰী আৰু স্থানীয় বাসিন্দাৰ মাজত হতাহতি পৰ্য্যন্ত হোৱা দেখা গৈছিল। এজন লোকে দা লৈ বন বিভাগৰ এজন বিষয়াক আক্ৰমণ কৰাৰ চেষ্টা কৰাৰ অপৰাধ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে আজি এটা প্ৰতিক্ৰিয়াত বন বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে উচ্ছেদকাৰ্য্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চলোৱা হৈছে আৰু ইয়াক বন্ধ কৰা নহয়। প্ৰকৃতি আৰু বন্যপ্ৰাণীক বচাবলৈ এই উচ্ছেদ অপৰিহাৰ্য্য। লগতে তেওঁ কয় গৰাখহনীয়াত সৰ্বস্বান্ত হৈ যিসকল লোকে ইয়াত থিতাপি লৈছিলহি তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখযোগ্য যে অসমত এতিয়া বছৰেকীয়া পৰীক্ষা চলি থকাৰ সময়। গতিকে উচ্ছেদিত পৰিয়ালসমূহৰ সন্তানবোৰৰ শৈক্ষিকভাৱে প্ৰচুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।

আনহাতে এই উচ্ছেদ অভিযানত বাধা দিয়াৰ অপৰাধত কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক মুক্তিৰ নেতাত্ৰয় ক্ৰমে- ধৈৰ্য্য কোঁৱৰ, বেদান্ত লস্কৰ আৰু গোপী শইকীয়াক আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd