DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দয়া নাথ সিঙৰ প্ৰতি মহানগৰীৰ সাংবাদিক মহলৰ গভীৰ শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2018 5:05 pm
Tribute to Daya Nath Singh
99
VIEWS
Share on FacebookShare on Twitter

সদ্যপ্ৰয়াত জ্যেষ্ঠ সাংবাদিক দয়া নাথ সিঙৰ স্মৃতিত মহানগৰীৰ সাংবাদিক মহলে আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত স্মৃতিচাৰন সভাত প্ৰেছ ক্লাবৰ সভাপতি সঞ্জীৱ ফুকন আৰু সম্পাদক নৱ ঠাকুৰীয়াই প্ৰায় পোন্ধৰ বছৰ প্ৰেছ ক্লাবৰ কাৰ্যালয় সচিব ৰুপে কাৰ্যনিৰ্বাহ কৰা সিঙৰ কৰ্মদক্ষতা আৰু এগৰাকী সৎ, সাহসী আৰু সৰবৰহী সাংবাদিক ৰুপে ৮৩ বছৰীয়া জীৱনৰ অন্তিম দিনলৈকেও সংবাদ সেৱাত নিজকে উছৰ্গিত কৰি যোৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে।

সভাত জ্যেষ্ঠ সাংবাদিক ৰমাশংকৰ ৰায়কে ধৰি অপূৰ্ব কুমাৰ দাস, ৰণেন কুমাৰ গোস্বামী, ৰূপম বৰুৱায়ো সিঙৰ সৈতে দীৰ্ঘদিনীয়া সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ স্মৃতিচাৰন কৰে।

দয়া নাথ সিঙৰ সান্নিধ্যৰ নানা দিশ সুঁৱৰি প্ৰাণতোষ ৰায়, ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী, জেছিম ৰাজা, ৰামন বৰা, অনুপমা ডেকা, ৰঞ্জিতা ৰাভা, সঞ্জীৱ দাস আৰু বিপুল শৰ্মাই বক্তব্য আগবঢ়ায়।

সিঙৰ কণিষ্ঠা কন্যা পুজা সিঙেও সভাত উপস্থিত থাকি পিতৃৰ স্মৃতিত শ্ৰদ্ধা তৰ্পন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা আৰু সহায় সহযোগিতা আগবঢ়োৱা সাংবাদিক মহলৰ সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd