DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙত নবোদয় বিদ্যালয়ৰ মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

ছাজিদ খান by ছাজিদ খান
August 1, 2018 7:02 pm
A monent of the inaugural match for U-19 Girls
126
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা দৰং জিলাৰ উদমাৰীৰ জৱাহৰ নবোদয় বিদ্যালয় চৌহদত শ্বিলং মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতা (ল’ৰা-ছোৱালী)-২০১৮ আৰম্ভ হৈছে।

প্ৰতিযোগিতাখন ১৯ অনূৰ্ধ্ব, ১৭ অনূৰ্ধ্ব আৰু ১৪ অনূৰ্ধ্ব—এই তিনিটা শাখাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন ছিকিমকে ধৰি  আঠটা ভিন্ন ভিন্ন গোটত ভাগ কৰা হৈছে।

১৯ অনূৰ্ধ্বৰ প্ৰথম দুখন আৰম্ভণি মেচত ল’ৰাৰ শাখাত কোহিমা গোটে কাচাৰ গোটক পৰাস্ত কৰিছিল। আনহাতে ছোৱালী শাখাত ঘৰুৱা দল দৰং গোটে কাচাৰ গোটক পৰাস্ত কৰিছিল।

ইয়াৰ পূৰ্বে দৰং জৱাহৰ নবোদয় বিদ্যালয়ৰ পি ৰাজেশ আৰু আন আন বিশিষ্ট অতিথিৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থকা দৰঙৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে তিনিদিনীয়া প্ৰতিযোগিতাখনৰ উন্মোচন কৰিছিল।

মুখ্য অতিথিয়ে অংশগ্ৰহণকাৰী খেলুৱৈসকলৰ মাৰ্চ-পাষ্ট অভিনন্দন গ্ৰহণ কৰিছিল।

জ্যেষ্ঠ শিক্ষয়িত্ৰী দেৱীকা দত্তই অনুষ্ঠানটোৰ আঁত ধৰিছিল। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছিল।

জৱাহৰ নবোদয় বিদ্যালয়ৰ কৰ্তৃপক্ষই আৰু ঘোষণা কৰিছে যে অহা মাহত ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত শ্বিলং মণ্ডলক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতিটো বয়স গোটৰ পৰা ৬গৰাকী খেলুৱৈক বাচনি কৰা হ’ব।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd