• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰমহা আদায়ৰ দাবীত আজি নগাওঁ কাগজ কলৰ শ্ৰমিকৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
জাগীৰোড , April 11, 2018 4:32 pm

2 min read

images

প্ৰতিনিধিত্বমূলক ফটো

200
VIEWS
Share on FacebookShare on Twitter

বিগত ১৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা নগাওঁ কাগজ কলৰ ঠিকা ভিত্তিক অস্থায়ী শ্ৰমিকসকলে আজি কাগজ কলটোৰ মূল প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাৱ্যস্ত কৰে।

জাগীৰোডস্থিত নগাওঁ কাগজ কলটোৰ শ্ৰমিকসকলে ৰঙালী বিহুৰ প্ৰাক্ক্ষণত দৰমহা আদায়ৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। চৰকাৰৰ উদাসীনতা আৰু কাগজ কল কৰ্তৃপক্ষৰ মইমতালিৰ ফলস্বৰূপে বিগত প্ৰায় ৩০ বছৰ ধৰি কাগজ কলটোত কৰ্মৰত ২০০ অস্থায়ী কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে।

জানিব পৰা মতে উক্ত কৰ্মচাৰীসকলৰ পাঞ্চিং মেচিন উঠাই নিয়া কাগজ কলটোৰ উচ্চ পদস্থ বিষয়া কেইগৰাকীয়ে যড়যন্ত্ৰমূলকভাৱে কৰ্মচাৰীসকলক বিপদৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

কাগজ কল কৰ্তৃপক্ষই ১০ এপ্ৰিলত উক্ত কৰ্মচাৰীসকলক দৰমহা আদায় দিয়াৰ লগতে পাঞ্চিং মেচিন পুনৰ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী নকৰিলে।

সেয়ে অস্থায়ী কৰ্মচাৰীসকলে আজি  কাগজ কলটোৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ ক্ষোভ উজাৰে। বুধবাৰৰ ভিতৰত দৰমহা আদায় নিদিলে অস্থায়ী কৰ্মচাৰীসকলে বৃহস্পতিবাৰৰ পৰা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

বৰ্তমান উৎপাদন বন্ধ হৈ থকা নগাওঁ আৰু কাছাৰ কাগজ কলটো পুনৰ উজ্জীৱিতকৰণৰ বাবে গঠন কৰি দিয়া উপ-কমিটিয়ে যোৱা ফেব্ৰুৱাৰীতে কাগজ কল দুটাক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পূৰ্বে কৰ্মচাৰীসকলৰ ৩ মাহৰ দৰমহা মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে গুৰু উদ্যোগ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগ মন্ত্ৰী অনঁত জি গীতেই হিন্দুস্তান পেপাৰ ক’ৰপৰেশ্যনৰ অধীনস্থ নগাওঁ আৰু কাছাৰ কাগজ কল দুটাক ব্যক্তিগত খণ্ডক গতোৱা হ’ব বুলি যোৱা ফেব্ৰুৱাৰীত সদৰী কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd