• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰমহা আসোঁৱাহ সমিতিৰ একপক্ষীয় নীতিক কলেজ কৰ্মচাৰী সন্থাৰ গৰিহণা; ৭ জুলাইত জৰুৰী সভা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 27, 2018 1:35 pm

1 min read

Pay Anomaly Committee

দৰমহা আসোঁৱাহ নিৰাময় সমিতিয়ে মুখ্য মন্ত্ৰীক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰাৰ দৃশ্য।

85
VIEWS
Share on FacebookShare on Twitter

সপ্তম দৰমহা আয়োগৰ ভিত্তিত নিৰ্ণীত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিত থকা ত্ৰুটি পৰ্য্যালোচনাৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া দৰমহা আসোঁৱাহ নিৰাময় সমিতি (Pay Anomaly Committee)-এ কোনো এটা কৰ্মচাৰী সংগঠন তথা সন্থাৰ সৈতে আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে প্ৰতিবেদন দিয়াৰ অভিযোগ কৰিছে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাই। এই কাৰ্য্যক অগণতান্ত্ৰিক আখ্যা দিছে সন্থাটোৱে। লগতে এই সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু পৰৱৰ্তী কাৰ্য্যসূচী সম্পৰ্কে সিদ্ধান্ত ল’বলৈ অহা ৭ জুলাইত এখন জৰুৰী সভা আহ্বান কৰা হৈছে বুলি জানিবলৈ দিয়ে। নামৰূপত এই জৰুৰী সভাখন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

সন্থাৰ প্ৰচাৰ সম্পাদক মেছেৰ আলী আহমেদে এক বিবৃতিযোগে জনাই যে চৰকাৰ এনেকুৱা অগণতান্ত্ৰিক আৰু অবিবেচকী সিদ্ধান্তত কলেজ কৰ্মচাৰীসকল ক্ষুভিত হৈ পৰিছে।

সন্থাই প্ৰতিটো সংগঠন তথা সন্থাৰ মতামত গ্ৰহণ কৰি পুনৰ দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী আৰু উচ্চ শিক্ষা বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

লগতে সন্থাই জানিবলৈ দিয়া মতে, নামৰূপত হ’ব লগীয়া জৰুৰী বৈঠকত স্নাতক ডিগ্ৰীধাৰী কৰ্মচাৰীসকলক স্নাতক হাৰত দৰমহা প্ৰদান কৰা, কলেজসমূহত খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰা আদিকে ধৰি আন কেইবাটাও দাবীৰ বিষয়ে আলোচনা কৰা হ’ব।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd