• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ধনৰ বিনিময়ত পৰীক্ষাৰ ৰিজাল্ট’ কেলেংকাৰিত আছাম ডাউন টাউন য়ুনিভাৰ্ছিটিৰ পৰীক্ষা উপ নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ

NE NOW NEWS মুকুট দাস
গুৱাহাটী , July 25, 2018 7:01 am

2 min read

‘ধনৰ বিনিময়ত পৰীক্ষাৰ ৰিজাল্ট’ কেলেংকাৰিত আছাম ডাউন টাউন য়ুনিভাৰ্ছিটিৰ পৰীক্ষা উপ নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হোৱা আছাম ডাউন টাউন য়ুনিভাৰ্ছিটিৰ পৰীক্ষা নিয়ন্ত্ৰক অৰূপজ্যেতি শৰ্মা।

84
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ এখন ব্যক্তিগতখণ্ডৰ বিশ্ববিদ্যালয় আছাম ডাউন টাউন য়ুনিভাৰ্ছিটিৰ পৰীক্ষা উপ নিয়ন্ত্ৰকক ‘ধনৰ বিনিময়ত পৰীক্ষাৰ্থীক ভাল ফল দিয়া’ কেলেংকাৰিত অসম আৰক্ষীয়ে ২৪ জুলাইৰ নিশা গ্ৰেপ্তাৰ কৰিছে।

বিশেষ সূত্ৰৰ পম খেদি নুনমাটি ডিভিজনৰ সহকাৰী আৰক্ষী আয়ুক্ত পূৰৱী মজুমদাৰৰ নেতৃত্বত যোৱা প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ এটা দলে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা উপ নিয়ন্ত্ৰকজনক ভি আই পি মেগাজিন ৰ’ডৰ পৰা গ্ৰেপ্তাৰ কৰে। ৪৩ বছৰীয়া পৰীক্ষা উপ নিয়ন্ত্ৰকজনৰ নাম অৰূপজ্যোতি শৰ্মা আৰু তেওঁক বহু দিনৰ পৰা এই কাৰ্য্যত জড়িত থকাৰ সন্দেহ কৰিছিল বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, যোৱা ৪ জুলাইত একেই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গুণজিৎ চৌধুৰী নামৰ এজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। গুণজিৎ চৌধুৰী বিশ্ববিদ্যালয়খনৰ পেৰামেডিকেল ছায়েন্স বিভাগৰ শিক্ষকগোটৰ সদস্য আছিল।

সহকাৰী আৰক্ষী আয়ুক্ত পূৰৱী মজুমদাৰে নৰ্থ-ইষ্ট নাওক জনায়, “এইটো হ’ল গোচৰটোৰ অধীনত তৃতীয়টো গ্ৰেপ্তাৰ। ইয়াৰ পূৰ্বে আমি ৪ জুলাইত শিক্ষকগোটৰ সদস্য গুণজিৎ চৌধুৰী আৰু তাৰ আগত ২৯ জুনত জালানুৰ উদ্দিনক গ্ৰেপ্তাৰ কৰিছিলো। জালানুৰ উদ্দিন প্ৰাক্তন ছাত্ৰ আছিল।”

সূত্ৰটোৰ মতে কেইজনমান প্ৰাক্তন ছাত্ৰ আৰু কেইজনমান শিক্ষকগোটৰ সদস্যই লগ লাগি এই ধনৰ বিনিময়ত পৰীক্ষাৰ ফল দিয়া চক্ৰটো চলাই আছিল। বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই সন্দেহৰ ভিত্তিত যোৱা ২৫ জুনত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ১২০ বি ধাৰা আৰু ৪২০ ধাৰাৰ অধীনত No 133/18 গোচৰ ৰুজু কৰি অভিযান চলাইছিল।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd