• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধর্মঘটৰ বাবে দ্বিতীয় দিনাও উত্তৰ-পূর্বাঞ্চলত বাধাগ্রস্ত বি এছ এন এল সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা বিএছ এন এল কৰ্মচাৰী সন্থাৰ দেশজোৰা ধৰ্মঘটৰ দ্বিতীয় দিনাও অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, মেঘালয়, মণিপুৰ, নাগালেণ্ড. ছিকিম আৰু ত্ৰিপুৰাত এই নেটৱৰ্কৰ সেৱা বাধাগ্ৰস্ত হৈছে।

গোটেই উত্তৰ পূৰ্বাঞ্চলৰে বিএছ এন এল কাৰ্যালয়সমূহৰ বিষয়া আৰু কৰ্মচাৰীসকলে ধৰ্মঘটত সহযোগ কৰাৰ বাবে কাৰ্যালয়সমূহৰ দৈনন্দিন কাম কাজসমূহ ক্ষতিগ্ৰস্ত হৈছে। বিএছএনএলৰ কেইবাটাও ৰাজ্যিক সংগঠনে মঙলবাৰৰ পৰা দুদিনীয়া ধৰ্মঘটৰ আহ্বান দিছিল। ইয়াৰ ম’বাইল টাৱাৰসমূহ অইন এটা সুকীয়া কোম্পানীক ভাড়ালৈ দিয়াৰ বিৰুদ্ধে আৰু কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ দাবীত এই ধৰ্মঘটৰ আহ্বান দিছিল।

Apply Now

বিএছএনএলৰ কৰ্মচাৰীসকলে ব্যক্তিগত টেলিকম কোম্পানীসমূহৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰা বুলি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আনে। আন্দোলনকাৰী পক্ষই অভিযোগ কৰে যে কেন্দ্ৰত থকা চৰকাৰখনে দেশৰ ৭০,০০০ পুৰণি ম’বাইল টাৱাৰ হস্তান্তৰ কৰি এটা সুকীয়া কোম্পানী আৰম্ভ কৰিব বিচাৰিছে। এয়া টেলিকম কোম্পানীটোক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ এটা ষড়যন্ত্ৰ।

আগৰতলাত বিএছএনএলৰ কৰ্মচাৰীসকলৰ সকলো সংস্থা, সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ বিএছএনএল বিৰোধী পদক্ষেপ আৰু চৰকাৰী ৰাজহুৱা খণ্ডৰ প্ৰধান টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীটোক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰে।

ত্ৰিপুৰাৰ বিএছএনএল কৰ্মচাৰী সংস্থাৰ আহ্বায়ক তীৰ্থঙ্কৰ চৌধুৰীয়ে কয় যে বিএছএনএলৰ কৰ্মচাৰীসকলৰ বাবে ২০১৭ ত কোনো ধৰণৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ নাই। চৰকাৰে বিএছএনএলৰ বৰ্তমানৰ ৭০,০০০ টাৱাৰসমূহেৰে এটা কোম্পানী গঠন কৰিব বিচাৰিছে। ইয়াৰ ফলত ৰাজ্যিক পৰ্যায়ৰ টেলিকম সেৱা যোগানকাৰীসকলৰ বাবে অধিক উদ্বেগজনক হৈ পৰিছে কিয়নো এইবোৰে ইতিমধ্যে প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছে। এতিয়া তেওঁলোকে ধনৰ অভাৱত নিয়মিত মেৰামতিৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিবলৈকে সক্ষম নহ’ব।

তাৰ মাজতে কৰ্মচাৰী সংস্থাই ইয়াৰ সদস্যসকলক ধৰ্মঘট সম্পূৰ্ণ সফল কৰি তোলাৰ বাবে অভিনন্দন জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd