• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ধাৰাসাৰ বৰষুণ বজ্ৰপাতত জীৱনযাত্ৰা ব্যাহত ত্ৰিপুৰাত,নিহত এগৰাকী মহিলা

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , May 11, 2018 10:11 am

2 min read

representative imeage of tundering sky

ফটো : এন ই নাও

131
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত বিগত ২৪ ঘণ্টাত অহা ধাৰাসাৰ বৰষুণ আৰু ধুমুহা বজ্ৰপাতে স্বাভাৱিক জীৱন ব্যতিব্যস্ত কৰি তুলিছে। এই ধুমুহা বৰষুণ বজ্ৰপাতত এগৰাকী মহিলাৰ মৃত্যু ঘটাৰ লগতে ৰাজ্যখনৰ বিভিন্ন অংশত ব্যাপক ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে।

ৰাজ্যখনৰ উত্তৰ পশ্চিমৰ এলেকাৰ বোক্সানগৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিক্যনগৰত থকা এটা ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ উভালি পৰাত তাত বাস কৰা এগৰাকী মহিলাৰ প্ৰাণহানি হয়।

মৃত মহিলাগৰাকী ২৫ বছৰ বয়সীয়া পূৰ্ণিমা নামা দাস বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰ পূৰ্বে লংটেৰাই উপত্যকা মহকুমাৰ নাইচেংচেৰাত বজ্ৰপাতৰ আঘাতত দুজন লোক নিহত হোৱাৰ লগতে এজন আহত হৈছিল।

লক্ষ্মীপতি ত্ৰিপুৰা (৪৩), দুদিৰাম ত্ৰিপুৰা (৫২) আৰু অৰ্জুন ত্ৰিপুৰাই (৪৫) নাইটিংচেৰা গাঁওত এটা অস্থায়ী পঁজাত আশ্ৰয় লৈ থকা অৱস্থাতে বজ্ৰপাতে আঘাত কৰে। এই ঘটনাত লক্ষ্মীপতি আৰু দুদিৰাম থিতাতে নিহত হয় আৰু অৰ্জুন আহত হয়।

নিহত লোকদুজনৰ নিকটাতাত্মীয়লৈকে বিশেষ সাহাৰ্য হিচাপে ২০,০০০ টকাৰ প্ৰদান কৰা হয় আৰু পৰৱৰ্তী সময়ত দুয়োটা পৰিয়াললৈকে সম্পূৰ্ণ সাহাৰ্য দিয়া হ’ব বুলি মহকুমা প্ৰশাসনে জনাইছে।

বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে।

আন এটা ঘটনাত ধালাই জিলাৰ কৰমচেৰা এলেকাত এগৰাকী জনজাতীয় লোক আৰু সম্ভৱতঃ তেওঁৰ পত্নীক পাহাৰীয়া ঝুম খেতিৰ পথাৰত কাম কৰি থকা অৱস্থাত শক্তিশালী বজ্গপাতে আঘাত কৰে।

স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে দুয়োকে চিকিৎসালয়লৈ অনা বাটতে মৃত বুলি ঘোষণা কৰে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত অহা কেইদিনমানত প্ৰৱল বৃষ্টিপাতৰ আগজাননী জাৰী কৰিছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd