DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীৰ গোলকগঞ্জত ১৫ বছৰীয়া নাবালিকাক ধৰ্ষণ দুই নৰাধমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2018 8:41 pm
Rape

প্ৰতিনিধিত্বমূলক ফটো

97
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ কোনো ঠাইতে যেন বৰ্তমান মহিলা, নাবালিকা, যুৱতীৰ নিৰাপত্তা নোহোৱা হৈছে। এই কথাকে প্ৰমাণ কৰি কালি(১১ এপ্ৰিল) নিশা ধুবুৰী জিলাৰ গোলকগঞ্জত এগৰাকী ১৫ বছৰীয় নাবালিকাক দুই নৰাধমে ধৰ্ষণ কৰে।

প্ৰাপ্ত তথ্য মতে নাবালিকা গৰাকী কালি সন্ধিয়া বাসগৃহৰ সমীপতে থকা দোকানৰ পৰা ঘৰৰ সামগ্ৰী বজাৰ কৰি ঘৰলৈ ওভতাৰ সময়তে এই ধৰ্ষণকাণ্ড সংঘটিত হয়।

উল্লেখযোগ্য যে নাবালিকাগৰাকী ঘৰলৈ ওভতাৰ পথত দুই নৰাধমে নাবালিকা গৰাকী অপহৰণ কৰি নাবালিকা গৰাকীক চিঞৰ-বাখৰ কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

ইয়াৰ পিছতে দুই দুৰ্বৃত্তই নাবালিকা গৰাকীক ধৰ্ষণ কৰি পুনৰ যি ঠাইৰ পৰা অপহৰণ কৰি নিছিল সেই ঠাইতে থৈ আহে।

ইফালে নাবালিকা গৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বাসগৃহলৈ লৈ আনে। আৰু পৰিয়ালৰ লোকে ঘটনাৰ সম্পৰ্কে জানিব পাৰি গোলকগঞ্জ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

ইতিমধ্যে আৰক্ষীয়ে পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ধৰ্ষণকাৰীক কৰায়ত্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে।

শেহতীয়াকৈ প্ৰাপ্ত তথ্য মতে ১৫ বছৰীয়া নাবালিকা গৰাকীৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত দুই দুৰ্বৃত্তৰ এটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন দুৰ্বৃত্তটোক আৰক্ষীয়ে ছাহান আলী বুলি চিনাক্ত কৰিছে আৰু আনটো দুৰ্বৃত্ত ছহিদুৰ আলী বৰ্তমানেও পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Recent News

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd