• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ধৰ্মনগৰত উপস্থিত হ’ল অসম ৰাইফলছ চাইকেল ৰেলীৰ দলটো

NE NOW NEWS এন ই নাও নিউজ
ধৰ্মনগৰ , January 10, 2018 6:17 pm

1 min read

অসম ৰাইফলছৰ দল
73
VIEWS
Share on FacebookShare on Twitter

অসম ৰাইফলছৰ ৩০নং গোটৰ বিষয়াৰ সৈতে মেজৰ কানৱাৰবীৰ সিঙ আৰু ১২জন জোৱানে ৰাইজিং দিৱসত ভাগ লোৱাৰ উদ্দেশ্যৰে এটা চাইকেল ৰেলীৰ যাত্ৰা কৰিছে। এই চাইকেল ৰেলীটো যোৱা ৮ জানুৱাৰি তাৰিখে অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাবে যাত্ৰা কৰিছিল। আৰু এই দলটোৱে আজি ধৰ্মনগৰৰ ট্ৰাঞ্জিত কেম্পত আহি উপস্থিত হয়।

লক্ষণীয় যে, শুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই দলটোৱে জানুৱাৰিৰ ১২ তাৰিখে অসমৰ শিলচৰত উপস্থিত হ’ব আৰু তাতেই ১৩ জানুৱাৰি তাৰিখে ৰাইজিং দিৱস উদযাপন কৰিব।

ৰেলীত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ইন্সপেক্টৰ জেনেৰেল আসাম ৰাইফলছ ইষ্টৰ ষষ্ঠ সংখ্যক স্থাপনা দিবস হিচাপে আয়োজন কৰা এই ৰেলী উদ্বোধন কৰে ব্ৰিগেডিয়ৰ অশ্বিনি নায়াৰে। পাচদিনীয়া ৰেলীত শিলচৰক সাঙুৰি অসম আৰু ত্ৰিপুৰাৰ মুঠ ছয়খন জিলাক সামৰি ল’ব।

উত্তৰ-পূববাসীৰ মাজত শান্তি-সম্প্ৰীতি তথা ঐক্য বজায় ৰখাৰ স্বাৰ্থত এই ৰেলীখনৰ আয়োজন কৰা হৈছে। এই ৰেলীৰ সময়চোৱাত প্ৰাক্তন সেনা কৰ্মচাৰী সকলৰ লগতো সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা যায়।

মনকৰিবলগীয়া যে শিলচৰ পাবলৈকে এই দলটোৱে মুঠ ৩৩৯ কি.মি. অতিক্ৰম কৰিব লাগিব।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd