• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ধৰ্মনগৰত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে শ্ৰমিক সন্মিলনৰ আয়োজন যুৱ কংগ্ৰেছৰ

NE NOW NEWS পান্না ঘোষ
ধৰ্মনগৰ , July 17, 2018 7:38 pm

1 min read

youth-congress-570x320
68
VIEWS
Share on FacebookShare on Twitter

আজি ধৰ্মনগৰ যুৱ কংগ্ৰেছে স্থানীয় কংগ্ৰেছ ভৱনত এখন শ্ৰমিক সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনৰ ঠিক পাছতেই  ধৰ্মনগৰ চহৰৰ ৰাজপথত এটা বৃহৎ সমদল বাহিৰ কৰা হয়।

এই সমদলটো ‘ভাৰত বাচাও আন্দোলন’ৰ বেনাৰত বাহিৰ কৰা হৈছে।

সদৌ ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক স্মৃতি ৰঞ্জন লাম্বা, প্ৰদেশ কংগ্ৰেছৰ মুখ্য বীৰজিত সিনহা, পৰিমল পাল, নিৰূপম দেব আৰু অন্যন্য ভালেমান ব্যক্তি অনুষ্ঠানত উপস্থিত আছিল।

যুৱ কংগ্ৰেছৰ সঁজাতী দলটোৱে অভিযোগ কৰিছে যে বিজেপি শাসনলৈ অহাৰ পাছত ত্ৰিপুৰাৰ লোকসকলৰ বাবে নিয়োগৰ কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। যুৱ কংগ্ৰেছৰ নেতাসকলৰ মতে বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰখনে নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আৰু অভিযোগ কৰে যে বিজেপিয়ে তেওঁলোকৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি বীতশ্ৰদ্ধ হোৱা সকলৰ কণ্ঠ ৰোধ কৰিছে আৰু ইয়াৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ কংগ্ৰেছৰ নেতাসকলে আৰু অভিযোগ কৰে যে বিজেপি চৰকাৰে উচিৎ পথেৰে শাসন কাৰ্য পৰিচালনা কৰাত ব্যৰ্থ হোৱা হেতুকে কৃষকসকল উদ্বাস্তু হৈছে, মহিলাসকল নিৰাপত্তাহীনতাত ভুগিছে, যুৱচাম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভাগ্য অনিশ্চিত হৈ পৰিছে।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd