• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ম যিয়েই নহওক, ভগৱান এজনেই : কোকৰাঝাৰত বাথৌ মহাসভাৰ প্ৰতিষ্ঠা দিৱসত হাগ্ৰামা মহিলাৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 16, 2018 8:05 pm
Hagrama-Mohilary
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
বাথৌ ধৰ্মই হ’ল বড়োসকলৰ আদি ধৰ্ম। সমাজত  বিভিন্ন ধৰ্মৰ ভক্তপ্ৰাণ লোক থাকিব পাৰে,  ধৰ্ম যিয়েই নহওক কিয় ভগৱান কিন্তু এজনেই। সকলো ধৰ্মই শান্তিৰ কথাকে কয়। এই মন্তব্য হাগ্ৰামা মহিলাৰী ( Hagrama Mohilary )ৰ। বি টি এ ডিৰ প্ৰাণ কেন্দ্ৰ  কোকৰাঝাৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপিত হোৱা    নিখিল বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি ১৬ মে’ত উক্ত মন্তব্য প্ৰকাশ কৰিছে ।
ইপিনে ধৰ্ম আৰু শান্তিৰ কথা কোৱা হাগ্ৰামা মহিলাৰীয়ে অৱশ্যে এবছুক কটাক্ষ কৰিবলৈ নাপাহৰিলে। হাগ্ৰামা মহিলাৰীয়ে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুক সমালোচনা কৰি বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী সন্দৰ্ভত কয় যে-  আজিৰ দিনটোত সুকীয়া ৰাজ্য তথা বডোলেণ্ড ৰাজ্য গঠন নহয়, কালিৰ কথা কোৱা নাই, কালি বডোলেণ্ড হব পাৰে,  কিন্তু আজিৰ দিনটোত নহয়, বডোলেণ্ড আমাকো লাগে কিন্তু আজিৰ দিনত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত যিহেতু নতুন ৰাজ্য গঠন কৰাৰ কোনো পলিচি নাই সেয়েহে বড়োলেণ্ড নহয় বুলি মন্তব্য কৰিছে মহিলাৰীয়ে ।
আনহাতে মহিলাৰীয়ে বিধায়ক পুঁজিৰ ধন যদিহে অসম সত্ৰ মহাসভাক  উন্নয়নমূলক কাম কৰাৰ বাবে দিব যদি পাৰে তেন্তে  আমিও বি টি চিৰ অন্তৰ্গত থকা বিভিন্ন জাতি জনজাতিৰ হিন্দু, ইছলাম, খৃষ্টান ধৰ্মীয় লোকৰ উন্নয়নমুলক কাম কাজত সাহায্য আগবঢ়াম বুলি ঘোষণা কৰিছো।
উল্লেখ্য যে  কোকৰাঝাৰ চহৰৰ চান্দমাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত যোৱাকালি অৰ্থাৎ  ১৫ মে’পৰা আৰম্ভ হোৱা  নিখিল বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত ভক্তই চোকা তৰোৱালৰ নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদৰ পৰা কোকৰাঝাৰ চহৰলৈ এক শান্তি সমদলো বাহিৰ কৰা হয়।
অন্তিম দিনৰ কাৰ্যসূচীৰ আজিৰ মুকলি সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপৰিও ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ উপ মুখ্য খাম্ফা বৰগয়াৰী সহ বহু বাথৌ মহাসভাৰ নেতা সকল অংশগ্ৰহণ কৰে। তাৰোপৰি  প্ৰতিষ্ঠা দিৱসত চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ, মেঘালয়, নাগালেণ্ডৰ উপৰিও প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ, নেপালৰ পৰা দুহেজাৰ প্ৰতিনিধিৰ উপৰিও প্ৰায় পাঁচ হেজাৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।
Apply Now
ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd