• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীক ৰাইজক গতাই দিয়াৰ দাবীত উত্তপ্ত নগাঁৱৰ ৰূপহীহাট আৰক্ষী চকী

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , March 2, 2018 9:57 pm

1 min read

আৰক্ষী
66
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ৰূপহীহাট আৰক্ষী চকীত আজি বিয়লি ধৰ্ষণকাৰীক ৰাইজৰ হাতত চমজাই দিয়াৰ দাবীত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য মতে চামগুৰিৰ মাগুৰমাৰীৰ ৫ বছৰীয়া এটি শিশুক জামিৰ আলী নামৰ এজন বৃদ্ধই ধৰ্ষণ কৰা বুলি অভিযোগ তুলি কাৱৈমাৰী অৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আজি ধৰ্ষণকাৰী জামিৰ আলীক আটক কৰি ৰূপহীহাট থানালৈ আনে।

ইফালে ধৰ্ষণকাৰী জামিৰ আলীক আটক কৰা বুলি স্থানীয় ৰাইজে জানিব পাৰি ৰূপহীহাট থানাত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে ধৰ্ষণকাৰীক তেওঁলোকৰ হাতত চমজাই দিয়াৰ দাবী তোলে।

আনহাতে প্ৰতিবাদকাৰী সকল ইমানেই উত্তেজিত হৈ পৰে যে তেওঁলোকে আৰক্ষী থানাত আক্ৰমণৰ চেষ্টা কৰে। ফলত অৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ লাঠী চালনা কৰিবলৈ বাধ্য হয়।

উক্ত লাঠী চালনাত পুৰুষ-মহিলাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

ইফালে অঞ্চলটোৰ সচেতন ৰাইজে এনেদৰে প্ৰতিবাদকাৰী সকলে আইন হাতত তুলি লোৱা ঘটনাক গৰিহণা দি সমগ্ৰ ঘটনাটোৰ আৰক্ষীক উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ বাবে আহ্বান জনায়।

 

Recent News

a man

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd