• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ধৰ্ষণ কাণ্ডত লিপ্ত থকা অপৰাধীক মৃত্যুদণ্ড দিব লাগে’ : ৰাজ্যপাল জগদীশ মুখী

শিভাশীষ চক্ৰৱৰ্তী by শিভাশীষ চক্ৰৱৰ্তী
April 20, 2018 10:28 am
Silchar-Governor-interacting-with-school-student-3-266x200
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণ তথা হত্যাৰ দৰে নিৰ্লজ্জ কাণ্ডত লিপ্ত থকা অপৰাধীক মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰিব লাগে। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বৃহস্পতিবাৰে শিলচৰত এনেধৰণৰ তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায়।

সংবাদ মাধ্যমৰ আগত হোৱা কথা বতৰাৰ সময়ত ৰাজ্যপাল মুখীয়ে সাম্প্ৰতিক সময়ত দেশৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ উপৰি এই সমূহ ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য কৰে।

Apply Now

উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বিয়লিভাগত শিলচৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী। কুম্ভীৰগ্ৰাম বিমান বন্দৰত অৱতৰণ কৰা মুখীক আদৰণি জনাবলৈ কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্সমনন, আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।

ইয়াৰ উপৰি বিজেপি বিধায়ক মিহিৰকান্তি ছোমে, আমিনুল হক লস্কৰ, কিশোৰ নাথ আৰু বিজেপিৰ জিলা সভাপতি উদয়শংকৰ গোস্বামীয়ে ৰাজ্যপালগৰাকীক বিমান বন্দৰতে উষ্ম আদৰণি জনায়।

ইয়াৰ পাছতে অসমৰ ৰাজ্যপাল মুখীয়ে কাছাৰ কলেজ আৰু চৰকাৰী বয়জ স্কুল পৰিদৰ্শন কৰি শিক্ষক তথা শিক্ষাৰ্থী সকলৰ লগত এক মত বিনিময় অনুষ্ঠান কৰে। শিক্ষাৰ লগতে সমাজ তথা দেশৰ প্ৰতি সদায় নিষ্ঠা প্ৰদৰ্শন কৰি যাবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়।

শিক্ষানুষ্ঠান পৰিদৰ্শন কৰাৰ পাছত অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰাজ্যপাল মুখীয়ে চিকিৎসালয়খনৰ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসক আৰু ৰোগীসকলৰ লগত মত-বিনিময় কৰা দেখা যায়।

আনহাতে সন্ধিয়া ৰাজ্যপালে জিলা প্ৰশাসন, আৰক্ষী বিভাগ তথা অন্য বিভাগৰ লগত জিলাখনৰ সামগ্ৰিক নিৰাপত্তা সন্দৰ্ভত বৈঠকত মিলিত হয়। উক্ত বৈঠকত স্থানীয় বিধায়কসকলো উপস্থিত থাকে।

উল্লেখ্য যে জানিব পৰা অনুসৰি আজি ৰাজ্যপালগৰাকীয়ে কৰিমগঞ্জস্থিত ইতিহাস প্ৰসিদ্ধ মালেগঢ় পৰিদৰ্শন কৰি ‘মহাবিদ্ৰোহৰ ৰনধ্বণি’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰিব।

শিভাশীষ চক্ৰৱৰ্তী

শিভাশীষ চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd