DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত কিশোৰ অপৰাধী আইন সংক্ৰান্তীয় সজাগতা প্ৰশিক্ষণ শিবিৰৰ সামৰণি

মিণ্টু দাস by মিণ্টু দাস
August 1, 2018 12:50 pm
46abaf96-35c4-4006-8b7f-06d6d0b8f5fb
166
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত কিশোৰ অপৰাধী সংক্ৰান্তীয় আইন ২০১৫ শীৰ্ষক এটি সজাগতা-প্ৰশিক্ষণ শিবিৰ মঙলবাৰে জিলা উপায়ুক্তৰ সভা গৃহত অনুষ্ঠিত হৈ যায়।

এই সজাগতা-প্ৰশিক্ষণ শিবিৰত শিশু ন্যায় পৰিষদৰ সদস্য, চি ডব্লিউ চি, বিশেষ শিশু ন্যায় আৰক্ষী শাখা, শিশু ন্যায় পৰিষদৰ কৰ্মকৰ্তাসকলৰো এখনি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা নগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈ বৰা, মহকুমা ন্যায়িক দণ্ডাধীশ তৰুন দে আৰু অধিবক্তা শ্বাহনাজ চুলতানা সমল ব্যক্তি হিচাপে উপস্থিত থকা প্ৰশিক্ষণ শিবিৰত উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে।

তেওঁ অপৰাধত সাঙোৰ খাই পৰা কিশোৰসকলৰ সমস্যা আৰু কৈশোৰ অপৰাধত জড়িত কিশোৰক পুন:সংস্থাপনৰ ওপৰত এক সুন্দৰ ব্যাখ্যা আগবঢ়ায়।

আনহাতে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে, শিশুসকলৰ অৱস্থা সৰ্বতো প্ৰকাৰৰ উন্নতিৰ বাবে এক সজাগতাৰ প্ৰয়োজন আছে। এই সজাগতা জিলাখনৰ লগতে গাঁও অঞ্চললৈ লৈ যোৱাৰো প্ৰয়োজন আছে।

প্ৰশিক্ষণ শিবিৰত জিলা আৰক্ষী অধিক্ষক শংকৰব্ৰত ৰায় মেধি উপস্থিত থকাৰ লগতে জিলাখনৰ কেইবাটাও স্বেচ্চাসেৱী অনুষ্ঠান, মহিলা সংগঠনেও অংশ গ্ৰহণ কৰে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd