• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহ দেখিছো আজি : নগাঁৱত গণশিল্পী সূৰ্য দাসৰ নামত ন্যাস গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 11:45 am
surya das.docx photo
524
VIEWS
Share on FacebookShare on Twitter

মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ গুণমুগ্ধক মুহিত কৰা গণশিল্পী সূৰ্য দাসৰ নামত এটি ন্যাস অলপতে নগাঁওস্থিত ড° বি আৰ আম্বেদকাৰ ভৱনত মুকলি কৰা হয়। গণশিল্পী সূৰ্য দাসৰ দ্বাৰাই ন্যাসৰ দ্বাৰ মুকলি কৰা হয়।

দেওবাৰে নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ড° আম্বেদকাৰ ভৱনত অনুষ্ঠিত সূৰ্য দাস ন্যাস মুকলি আৰু কৃতি ছাত্র-ছাত্রীৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি, আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয় যে সূৰ্য দাস এজন ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। আমি অসমীয়া জাতিয়ে যোগ্য জনক সন্মান দিব নাজানো। আজি সূৰ্য দাসৰ যি ন্যাস গঠন হৈছে ই এক গৌৰৱৰ কথা।

নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ক্ষিতিশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভঁ‌ড়ালীয়ে। সম্পাদক জয়ন্ত কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়োৱা বিশেষ অভিনন্দন অনুষ্ঠানত অসম অনুসূচিত জাতি পৰিষদৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ দাস, সাধাৰণ সম্পাদক নিত্যানন্দ ফুকন, সহকাৰী সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা, প্ৰাক্তন মন্ত্রী উমেশ চন্দ্ৰ দাস, প্ৰাক্তন বিধায়ক জগদীশ দাস, অজিত প্ৰতিম দাস, শিক্ষাবিদ মুক্তি দাস, টংকেশ্বৰ দাস আদি উপস্থিত থাকে।

অনাতাঁৰ শিল্পী ৰাহুল দেৱ বৰদলৈয়ে গোৱা এটি বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত গণশিল্পী সূৰ্য দাস আৰু ২০১৮  সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা প্ৰাপক যুগললোচন দাসক বিশেষ সমৰ্ধনা জনোৱা হয়। তাৰ পিছতেই নগাঁও জিলাৰ প্ৰায় ডেৰ শতাধিক কৃতি ছাত্র- ছাত্রীক গামোছা, অভিধান আৰু অভিনন্দন পত্রৰে সন্মান জনোৱা হয়।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd